• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত বিদ্যুত পৰিবাহী খুঁটাত লাগি গৰুৰ মৃত্যু; গৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 9, 2019 3:59 pm
electric shock

বিদ্যুতৰ খুটাত লাগি মৃত্যু হোৱা গৰুটো

1.3k
VIEWS
Share on FacebookShare on Twitter

বিগত সময়ত শক্তি বিভাগৰ বিভিন্ন আজব কাণ্ডই সমগ্ৰ অসমতে আতংকৰ সৃষ্টি কৰাৰ মাজতে শুকুৰবাৰে দুপৰীয়া নগাঁৱৰ পুৰণিগুদামত আন এক ভয়াবহ কাণ্ড সংঘটিত হয়।

নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে নগাঁৱৰ পুৰণিগুদামৰ গড়মুৰৰ সমীপত নতুনকৈ সংস্থাপিত কৰা বিদ্যুতৰ খুঁটাত লাগি এটা গৰুৰ মৃত্যু হোৱাৰ লগতে কথমপি বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে গৃহস্থগৰাকী।

আনহাতে সংশ্লিষ্ট বিভাগৰ অধীনৰ ঠিকাদাৰৰ গাফিলতিৰ সন্দেহ প্ৰকাশ কৰি তথা বিদ্যুৎ সংযোগ নিদিয়াৰ পিছতো কেনেকৈ বিদ্যুতৰ নতুন খুঁটাটোত বিদ্যুৎ পৰিবাহিত হ’বলৈ পালে তাকলৈ সম্প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে।

অৱশ্যে কিছু সময়ৰ পাছত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ বিদ্যুৎ কৰ্তন কৰোৱাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

Recent News

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd