• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিপাঝাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী কনিষ্টবল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 6:26 pm
Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

ছিপাঝাৰৰ মৰৈত ৰাষ্ট্ৰীয় ঘাইপছত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবলে থিতাতে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

দুৰ্ঘটনাটোত নিহত আৰক্ষী কনিষ্টবলজনক গোলাপ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ছিপাঝাৰৰ কলাইগাঁও আৰক্ষী থানাৰ কনিষ্টবল গোলাপ শৰ্মাই আজি দিনৰ ভাগত এ এছ ১৩ এইচ ১৮১০ নম্বৰৰ মটৰচাইকেলেৰে ছিপাঝাৰলৈ বুলি আহি আছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এ এছ ২৫ ডিচি ৯৬০০ নম্বৰৰ এখন বলেৰ’ পিক আপ ভানে শৰ্মাৰ মটৰচাইকেলত প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত থিতাতে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হয় আৰক্ষী কনিষ্টবলগৰাকীয়ে। গোলাপ শৰ্মাই মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী জীয়ৰীক এৰি থৈ গৈছে।

Recent News

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd