• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰথমজন চহিদ সাংবাদিক কমলা শইকীয়ালৈ শিৱসাগৰবাসীৰ শ্ৰদ্ধাঞ্জলি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 10, 2019 6:52 am
FB_IMG_1565379916026

চহিদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি। ফটো : নৰ্থইষ্ট নাও

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰথমজন চহিদ সাংবাদিক কমলা শইকীয়াৰ ২৮ সংখ্যক মৃত্যু দিৱসৰ দিনা তেখেতৰ গৃহ জিলা শিৱসাগৰৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি জনেৱা হয়।

বিগত বৰ্ষৰ দৰে এইবাৰো কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা, দিখৌমুখ প্ৰেছ ক্লাৱ আৰু দিখৌমুখবাসীৰ সহযোগত শুকুৰবাৰে দিখৌমুখ ভৰলুৱা তিনি আলিৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত থকা চহিদ সাংবাদিক কমলা শইকীয়াৰ অৱক্ষয় প্ৰতিমূৰ্তিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়েজন কৰা হয়।

Apply Now

কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত চহিদ সাংবাদিক গৰাকীৰ মূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰে কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সভাপতি গণেশ শইকীয়াই।

অনুষ্ঠানটোত উপস্থিত থাকে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ বহুকেইথন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে।

উল্লেখ্য যে ১৯৯১ চনৰ ৯ আগষ্টৰ দিনা আততায়ীয়ে অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি আমগুৰিৰ ৰাজপথত গুলিয়াই হত্যা কৰিছিল চহিদ সাংবাদিক গৰাকীক।

এইজনা সৎ, সাহসী সাংবাদিকৰ নেতৃত্বতেই দিখৌমুখ অঞ্চলৰ ৰাইজে অঞ্চলটোত পোহৰৰ সন্ধান পোৱাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, পানী যোগান আঁচনি, পকী ৰাস্তা ঘাট আৰু পৰিবহণ ব্যৱস্থাৰ মুখ দেখিবলৈ সক্ষম হৈছিল।

সেইবাবেই সমগ্ৰ দিখৌমুখবাসীয়ে  চহিদ কমলা শইকীয়াক আজিও আধুনিক দিখৌমুখৰ নিৰ্মাতা বুলি শ্ৰদ্ধাৰে সুঁৱৰি আহিছে।

ইপিনে,পৰিয়ালৰ লোকে সুদীৰ্ঘ ২৮ বছৰ ধৰি তেওঁৰ হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ বাবে আইনী প্ৰক্ৰিয়াৰে যুঁজি আছে যদিও আজি পৰ্যন্ত ন্যায় পোৱা নাই।

কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, স্থানীয় দল সংগঠন তথা ৰাইজে হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰি পৰিয়ালটোক ন্যায় দিবৰ বাবে এই আৱক্ষ মূৰ্তিৰ সন্মুখৰ পৰাই দাবী জনায়।

আনহাতে, শিৱসাগৰ চহৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগত চহৰৰ মুক্তিনাথ চাৰিআলিত বন্তি প্ৰজ্বলনৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক সুমেশ ডেকা, মনোজ বৰঠাকুৰ, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকাৰ লগতে চহিদ সাংবাদিক গৰাকীৰ বহু গুণমুগ্ধৰ লগতে পৰিয়ালৰ লোকেও তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd