• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰ্ভৱতী অৱস্থাত মহিলাই আচাৰ খোৱাটো উচিতনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 2:06 pm
275269628-H-1024x700

ফটো : ইন্টাৰনেটৰ সৌজন্যত

46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰ্ভৱতী অৱস্থাত মহিলাসকলৰ শৰীৰত কিছুমান হৰমোনজনিত পৰিৱৰ্তন ঘটে আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে তেওঁৰ খোৱা লোৱাৰ লগতে মানসিকতাতো পৰে।

সাধাৰণতে মহিলাসকলৰ এই সময়ছোৱাত আচাৰৰ দৰে কিছু টেঙাজাতীয় খাদ্য আটাইতকৈ বেছি পছন্দ হয়।

Apply Now

কিন্তু আপুনি জানেনে গৰ্ভৱতী মহিলাই এই সময়ত আচাৰ খোৱাটো উচিত নে অনুচিত। আচাৰ খোৱাৰ ফলত মাতৃ আৰু জন্ম পাবলগীয়া শিশুৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে সেয়া জানি থোৱা ভাল।

গৰ্ভৱতী মহিলাৰ যেতিয়া কোনো বিশেষ বস্তু খাবৰ মন যায় তেতিয়া এই অৱস্থাটোক ইংৰাজীত ক্ৰেবিংগ বুলি কোৱা হয়। এই সময়ছোৱাত তেওঁৰ কিছু টেঙা বা জলা-মচলাযুক্ত খাদ্য খাবলৈ মন যায়।

গৰ্ভৱতী অৱস্থাত যদি কোনো মহিলাই আচাৰ জাতীয় কোনো টেঙা বস্তু খোৱাৰ মন কৰে তেতিয়াহ’লে তেওঁ কিছু সাৱধানতা অৱশ্যেই গ্ৰহণ কৰা উচিত।

গৰ্ভৱতী মহিলাই অধিক মাত্ৰাত আচাৰ খোৱা উচিত নহয়। কেঁচা আম, আমলখি, গাজৰৰ পৰা বনোৱা আচাৰ ভিটামিন, কেলচিয়াম, আইৰণ, পটেছিয়াম আৰু কিছু পুষ্টি গুণেৰে ভৰপূৰ থাকে। ই গৰ্ভৱতী মহিলাৰ ইম্যুনিটি বৃদ্ধি কৰাত সহায় কৰে।

আচাৰত ভাল বেক্টেৰিয়া পোৱা যায়, যিয়ে গৰ্ভৱতী মহিলাৰ ক্ষুদ্ৰান্ত্ৰত গৈ ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত হজম শক্তিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে।

PicklesMAIN
ফটো : ইন্টাৰনেটৰ সৌজন্যত

গৰ্ভত থকা শিশুৰ সুস্থ বিকাশৰ লগতে গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে শৰীৰত পটেছিয়াম, ছডিয়ামৰ দৰে খনিজ পদাৰ্থৰ সন্তুলন থকাটো বহুত জৰুৰী। আচাৰ খোৱাৰ ফলত শৰীৰত খনিজ পদাৰ্থৰ সন্তুলন ধৰি ৰখাত সহায়ক হয়।

আনহাতে, আচাৰত ছডিয়ামৰ মাত্ৰা অধিক থকাৰ বাবে গৰ্ভৱতী মহিলাৰ ৰক্তচাপৰ (ব্লাড প্ৰেছাৰ) সমস্যা হ’ব পাৰে। ই মাকৰ লগতে গৰ্ভস্থ শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

আচাৰত ছডিয়ামৰ মাত্ৰা অধিক থকাৰ বাবে গৰ্ভৱতী মহিলাৰ ডিহাইড্ৰেশ্যনৰ সমস্যা হ’ব পাৰে। শৰীৰত পানী কমি যোৱাৰ প্ৰভাৱ গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ লগতে গৰ্ভস্থ সন্তানৰ ওপৰতো পৰিব পাৰে।

অধিক মাত্ৰাত আচাৰ খোৱাৰ ফলত গৰ্ভৱতী মহিলাই পেট জলা পোৰা (এচিডিটি), বুকু জ্বলাৰ দৰে সমস্যাত ভূগিব লগীয়া হ’ব পাৰে।

শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ ফলত গৰ্ভৱতী মহিলাৰ শৰীৰ ফুলাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰকৃততে, অধিক মাত্ৰাত আচাৰ খালে শৰীৰত ছডিয়ামৰ পৰিমান অধিক হ’বলৈ ধৰে যিয়ে গৰ্ভৱতী মহিলাৰ শৰীৰ ফুলাৰ ভাৱ হ’বলৈ ধৰে।

আচাৰ খোৱাৰ সময়ত মনত ৰাখিবলগীয়া কথাঃ

গৰ্ভৱতী মহিলাই ডিহাইড্ৰেশ্যনৰ পৰা হাত সাৰিবলৈ আচাৰ খোৱাৰ লগে লগে যথেষ্ট মাত্ৰাত পানী খোৱা উচিত।

বজাৰৰ আচাৰৰ ঠাইত গৰ্ভৱতী মহিলাই ঘৰতে বনোৱা সজীৱ আচাৰ খোৱা উচিত।

যিসকল গৰ্ভৱতী মহিলাৰ গেছৰ অধিক সমস্যা থাকে, তেওঁলোকে আচাৰ খোৱাৰ পৰা বিৰত থকা উচিত।

আচাৰ খোৱাৰ কাৰণে যদি গৰ্ভৱতী মহিলাৰ কোনোধৰণৰ এলাৰ্জী বা ডিঙিৰ সৈতে জড়িত সমস্যা থাকে তেন্তে আচাৰ খোৱাৰ পৰা বিৰত থকা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd