• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুসূচিত জাতি ছাত্র সন্থাই ১৩ আগষ্টৰ পৰা ৰাজ্যজুৰি গ্ৰহণ কৰিব আন্দোলনৰ কাৰ্যসূচী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 10, 2019 7:27 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

সদৌ অমস অনুসূচিত জাতি ছাত্ৰ সন্থাই অহা ১৩ আগষ্টৰ পৰা সমগ্ৰ ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা আজি এক সংবাদমেল যোগে সংগঠনটোৱে জনায়।

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসে কয় যে বিজেপি চৰকাৰে অনুসূচিত জাতিক প্ৰদান কৰা প্ৰতিশ্ৰুতি পুৰণ কৰাৰ ক্ষেত্ৰত চুড়ান্ত অনীহা প্ৰকাশ কৰিছে।

‘চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন কেইটাও আজিকোপতি সুচাৰুভাৱে প্ৰদান কৰিব নোৱাৰিলে।’ সংবাদমেলত মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীৰ।

সংগঠনটোৱে বিগত সময়ত ১০ দফীয়া দাবী জনায় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই দাবী সমূহৰ ভিতৰত সতী ৰাধিকাৰ নামত সমন্বয় ক্ষেত্ৰ স্থাপনৰ দাবীটোহে পূৰণ কৰিলে। যাৰ বাবে সংগঠনটোৱে মুখ্য মন্ত্ৰী সোণোৱালক সন্থাৰ তৰফৰা পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

কিন্তু বাকী ৯ টা দাবী পুৰণ নকৰা সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আদিৰ সংবাদমেলত জানিবলৈ দিয়ে।

আজিৰ সংবাদমেলতে সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাস, সহ-সম্পাদক পৰশজ্যোতি দাসে ১৩ আগষ্টৰ পৰা ৯ দফীয়া দাবী লৈ সমগ্ৰ ৰাজ্য জুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

সংগঠনটোৰ ৯ দফীয়া দাবীত ‘ৰাজ্যিক অনুসূচিত জাতি আয়োগ’ গঠন কৰা, অনুসূচিত জাতিৰ জাতি প্ৰমান পত্ৰ সমূহ পুনৰ নবীকৰণৰ ব্যবস্হা কৰা, অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী ছাত্ৰ বৃত্তিৰ ধন নিয়মীয়াকৈ মুকলি প্ৰদানৰ বাবে ব্যৱস্হা গ্ৰহন কৰা আৰু ছাত্ৰ বৃত্তি ধন দুগুন বৃদ্ধি কৰাকে ধৰি কেইবাটাও দাবী আছে।

Recent News

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd