• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিটা অন্ধ সন্তানক লৈ হাজম মাৰাকৰ হাহাকাৰ : আৰক্ষী বিষয়াই আগবঢ়ালে সহায়ৰ হাত

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 11, 2019 8:02 am
IMG_20190810_173423

হাজম মাৰাকৰ অন্ধ পৰিয়ালটোৰ কাষত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকগৰাকী। ফটো : নৰ্থইষ্ট নাও

9.2k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ জাৰিকুন্তীত অতি দৰিদ্ৰতাৰ মাজৰে দিন অতিবাহিত কৰিছে এটি পৰিয়ালে।

পৰিয়ালটোৰ চাৰিটা সন্তানেই জন্মৰ পৰা অন্ধ ৷ গাৰো সম্প্ৰদায়ৰ হাজম মাৰাকে বৰ কষ্টেৰে অন্ধ সন্তান কেইটিক ডাঙৰ-দীঘল কৰিছে।

দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে সংসাৰে নচলে, তথাপি এটি এটি কৈ লালন পালন কৰিছে চাৰিটাকৈ অন্ধ সন্তানক।

হাজম মাৰাকৰ জ্যেষ্ঠ  পুত্ৰৰ বৰ্তমান বয়স ৪৫ বছৰ। ইমানদিনে চৰকাৰৰ পৰা কোনো সাহায্য লাভ কৰা নাই ৷

সন্তান কেইটাক চিকিৎসা কৰিব পৰাকৈ হাতত ধনো নাই। হাজিৰা কৰি পোৱা টকা কেইটাৰে কোনো মতে পৰিয়ালটো চলে।

পৰিয়ালটোৰ থাকিবলৈ ভাল ঘৰ এটাও নাই, খোৱা পানীৰো সুবিধা নাই। স্থানীয় লোকে অন্ধ পৰিয়ালটোক সহায়ৰ বাৱে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও আজি লৈ চৰকাৰ-প্ৰশাসনে কোনো কাণসাৰ দিয়া নাই।

আনকি এন পৰিস্থিতিত পৰিয়ালটোৰ কাষত কোনো দল-সংগঠনো উপস্থিত হোৱা নাই ৷ সম্প্ৰতি অতি দৰিদ্ৰতাৰ মাজৰে হাজম মাৰাকে হাজিৰা কৰি পৰিয়ালটো পোহ-পাল দি আহিছে ৷

শেহতীয়াকৈ অসম-মেঘালয় সীমান্তত বসবাস কৰা এই অন্ধ পৰিয়ালটোৱে কিছু আশাৰ ৰেঙণি দেখিছে ৷ চৰকাৰ-প্ৰশাসন কিম্বা কোনো দল-সংগঠন নহয়, এগৰাকী আৰক্ষী অধীক্ষকে এইবাৰ পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

অসম-মেঘালয় সীমান্তৰ জাৰিকুন্তীৰ অতি দূৰ্গম অঞ্চলত উপস্থিত হৈ শনিবাৰে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মাই  অসহায় পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি দিছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে হাজম মাৰাকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সহায় কৰিব বিচৰাত পৰিয়ালটো উৎফুল্লিত হৈ পৰে ৷

ইতিমধ্যে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে চিকিৎসাৰ বাবে গুৱাহাটীৰ এগৰাকী চিকিৎসকৰ লগত আলোচনা কৰি সোমবাৰে অন্ধ পৰিয়ালটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।

তেওঁ  লগতে পৰিয়ালটোক থাকিবলৈ অতি শীঘ্ৰেই এটি ঘৰ সাজি দিয়াৰো দায়িত্ব লৈছে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd