• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰূপহীহাটত জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজে : স্থানীয় বিধায়কৰ প্ৰতি ক্ষোভ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
August 11, 2019 10:40 am
IMG_20190811_091431_094

ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইখন মুলুকতে আছে এনে এখন কাঠৰ দলং। যিখন দলং দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব।

আপুনি নিজকে সৌভাগ্যবান বুলিও ভাবিব পাৰে, কিয়নো নিতৌ সেই দলং খনৰ ওপৰেদি পাৰ হোৱাৰ দুৰ্ভাগ্য আপোনাৰ হোৱা নাই।

Apply Now

বিধায়ক নুৰুল হুদাৰ গৃহ সমষ্টি ৰূপহীহাটত আছে এই বিশেষ কাঠৰ দলং খন।

নগাঁও জিলাৰ বিখ্যাত ৰূপহীহাট দৈনিক বজাৰৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত জৰাজীৰ্ণ অৱস্থাপ্ৰাপ্ত আছে এই কাঠৰ দলংখন।

ৰূপহীহাটৰ বহু কেইটা অঞ্চলৰ কেইবা সহস্ৰাধিক ৰাইজে নিতৌ অহা-যোৱা কৰাৰ পথত, সোণাই নদীৰ ওপৰত থকা অতি গুৰুত্বপূৰ্ণ কাঠৰ দলং এইখন।

বিগত বহু বছৰ ধৰি দলংখনৰ বিধ্বস্ত অৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে সোণাইৰ দুয়ো পাৰৰ অজস্ৰ ৰাইজে।

কোনো ৰেলিং নথকা কাঠৰ দলং খনত এতিয়া বৃহৎকায় ফাঁক। নিতৌ নিজৰ জীৱনটো হাতৰ মুঠিত লৈ জৰাজীৰ্ণ দলংখনৰে পাৰ হ’বলৈ বাধ্য হয় নিকটৱৰ্ত্তী কেইবাখনো বিদ্যালয় আৰু মাদ্ৰাছাৰ বহু সংখ্যক কণ-কণ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী।

প্ৰায়ে সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনাও, আঘাতপ্ৰাপ্ত হ’ব লগীয়া হয় শিশু-বৃদ্ধও। কিন্তু ইমানৰ পাছতো কোনো কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ।

ৰাইজে বহু বছৰ ধৰি স্থানীয় বিধায়ক জনৰ ওচৰত আবেদন নিবেদন কৰিও আজি পৰ্য্যন্ত একো সুফল পোৱা নাই।

বিধায়ক নুৰুল হুদাই কেৱল মাত্ৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বাহিৰে ৰাইজক কোনো ধৰণৰে সমস্যাটো সমাধানৰ চেষ্টা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰেএকাংশই।

মাত্ৰ এশ মিটাৰ দৈৰ্ঘ্যৰ অতি গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ কাঠৰ দলং খন মেৰামতি অথবা পকীকৰণৰ বাবে হুদাই দেখুওৱা চূড়ান্ত অৱহেলাৰ বাবে এতিয়া বিধায়ক জনৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

ইপিনে,উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে কোনোমতে বাঁহৰে দলংখন আংশিক মেৰামতিৰ দিহা কৰিছে।

আনহাতে, এই জৰাজীৰ্ণ কাঠৰ দলং খনৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভুগি অহা দুৰৱস্থাৰ বিষয়ে চৰকাৰে এবাৰ সুদৃষ্টি নিক্ষেপ কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কাবৌ-কাকতি কৰিছে ৰূপহীহাট তিনিআলিৰ ভুক্তভোগী ৰাইজে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd