• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ আৰণ্যকৰ স্নিফাৰ ডগ প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
August 11, 2019 7:54 pm
K- 90

ফটো : নৰ্থ-ইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

গঁড় হত্যা প্ৰতিৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাত সহায়ক হোৱাৰ বাবে আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ এক উচ্চ প্ৰশিক্ষিত কুকুৰ প্ৰদান কৰে।

বেলজিয়াম মলিনয়জ প্ৰজাতিৰ এই উচ্চ প্ৰশিক্ষিত কুকুৰটোক আজি আনুষ্ঠানিক ভাৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত প্ৰদান কৰে সংগঠনটোৰ নেতৃবৃন্দই।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী ড৹ বিভৱ কুমাৰ তালুকদাৰে মঙলদৈ বন সংমণ্ডলৰ ডি এফ অ ৰমেশ গগৈক কে-৯ আঁচনিৰ অধীনত বেলজিয়াম মেলিনয়জ কুকুৰটো প্ৰদান কৰে।

অনুষ্ঠানত বনাঞ্চলিক বিষয়া ৰঞ্জন বৰুৱা, আৰণ্যকৰ মানস কুমাৰ ভট্টাচাৰ্য, গৌড় বৈদ্য আৰু বিটুমনি লহকৰৰ লগতে অনান্য বন বিষয়াও উপস্থিত থাকে।

ইয়াৰ উপৰি আৰণ্যকৰ উদ্যোগতে বন্যপ্ৰাণী সুৰক্ষাত সহায়ক হোৱাকৈ দৰং জিলা আৰক্ষীক দুখনকৈ মটৰ চাইকেলো প্ৰদান কৰা হয়। আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰৰ উপস্থিতিত এই দুখন মটৰ চাইকেল দৰং জিলা আৰক্ষীক প্ৰদান কৰা হয়।

দৰং আৰক্ষীৰ হৈ বিপুল হাজৰিকা আৰু শৰৎ কলিতাই আৰণ্যকৰ পৰা মটৰ চাইকেল দুখন গ্ৰহন কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংগঠন ডেভিড চেফাৰ্ড ফাউণ্ডেশ্যনৰ সহযোগিতাত আৰণ্যকে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশিক্ষিত কুকুৰটোৰ প্ৰতিপালনো কৰিব।

‘ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বহুদিনীয়া এটা অভাৱ আজি আৰণ্যকে পূৰণ কৰিলে। স্নিফাৰ ডগৰ সহায়ত এতিয়া আমি অধিক সফলতাৰে বন্যপ্ৰাণীৰ নিৰাপত্তা প্ৰদান কৰিব পাৰিম’। ডি এফ অ ৰঞ্জন গগৈয়ে এইদৰে কয়।

Recent News

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd