• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুগল দুদলত বিক্ৰম চাৰাভাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 7:30 pm
Google Doodle honours Dr Vikram Sarabhai on his birth centenary

বিক্ৰম চাৰাভাই। শিল্পী পৱন ৰাজুকাৰ সৃষ্ট দুদল।

1.4k
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞানী বিক্ৰম চাৰাভাইৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলিৰূপে উচৰ্গিত হৈছে গুগল দুদল।

সোমবাৰৰপৰা গুগল দুদলত দেখা গৈছে ভাৰতৰ মহাকাশ অভিযানৰ পিতৃপুৰুষৰূপে জনাজাত চাৰাভাইৰ ছবি।

দুদলত থকা বিক্ৰম চাৰাভাইৰ ছবি সৃষ্টি কৰিছে মুম্বাইৰ শিল্পী পৱন ৰাজুকাৰে।

চাৰাভায়ে ১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO) স্থাপন কৰিছিল।

চাৰাভাইৰ জন্ম হৈছিল গুজৰাটৰ আহমেদাবাদত, ১৯১৯ চনৰ ১২ আগষ্টত। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট লোৱাৰ পূৰ্বে তেওঁ গুজৰাট কলেজত অধ্যয়ন কৰিছিল।

১৯৪৭ চনৰ ১১ নৱেম্বৰত তেওঁ আহমেদাবাদত ফিজিকেল ৰিচাৰ্চ লেবৰে’টৰি প্ৰতিষ্ঠা কৰিছিল।

মহাকাশ গৱেষণাৰ গুৰুত্ব সম্পৰ্কে তেওঁ ভাৰত চৰকাৰক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।

তেওঁৰ প্ৰচেষ্টাত সমৰ্থন আগবঢ়াইছিল আন এজন প্ৰখ্যাত বিজ্ঞানী, “ভাৰতৰ নিউক্লিয়াৰ বিজ্ঞান কাৰ্য্যসূচীৰ জনক” হোমি জাহাংগিৰ ভাবাই।

চাৰাভাইৰ মৃত্যুৰ পাঁচ বছৰ পিছত ভাৰতে উৎক্ষেপ কৰিছিল দেশৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰ্হ।

১৯৭৫ চনত উৎক্ষেপিত এই উপগ্ৰহ “আৰ্য্যভট্ট” আছিল চাৰাভাইৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফল।

আই আই এম, আহমেদাবাদ প্ৰতিষ্ঠাতো চাৰাভায়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd