• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭৩ হাজাৰ শাৰীৰ কবিতা লিখি ‘গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড’ৰ বাবে সাজু পংকজ মাহাতো

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 13, 2019 7:20 am
4d0ab095-414d-41e5-89e3-f0969c4bec00

কবি, সাংবাদিক পংকজ মাহাতো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০ ৰো অধিক স্বাধীনতা সংগ্ৰামীৰ দেশপ্ৰেম আৰু আংশিক জীৱন পৰিক্ৰমাৰে ৭৩ হাজাৰ শাৰীৰ কবিতা লিখি উলিয়াইছে গোৱালপাৰাৰ যুৱ সাংবাদিক পংকজ মাহাতোৱে।

২৪০০ ফুট দীঘল কবিতাটো ‘গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড’ৰ বাবে চলিত মাহৰ শেষত নতুন দিল্লীত উন্মোচন বাবে প্ৰস্তুতি চলোৱা হৈছে।

দেশপ্ৰেম মূলক দীঘলীয়া কবিতাৰে বিশ্ব জিনাৰ সপোন লৈ গোৱালপাৰা জিলাৰ ধূপধৰাৰ বাসিন্দা তথা উদীয়মান কবি, সাংবাদিক পঙ্কজ মাহাতোৱেপুনৰবাৰ লিখি উলিয়াইছে এটি দেশপ্ৰেম মূলক কবিতা।

মুলত ভাৰতৰ স্বাধীনতাৰ বাবে জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰাণ আহুতি দিয়াৰ লগতে দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি দেশ প্ৰেমৰ বিৰল নিদৰ্শন দেখুৱাই যোৱা  স্বাধীনতা সংগ্ৰামীৰ অমৰ দেশপ্ৰেমক আধাৰ হিচাপে লৈ অসমীয়া ভাষাতে লিখি উলিয়াইছে ভাৰতীৰ সন্তান বীৰ বীৰাংগনা শীৰ্ষক ৭৩,০০০ হেজাৰ শাৰীৰ এই দেশপ্ৰেম মূলক দীঘলীয়া কবিতাটো।

যুৱ সাংবাদিক পঙ্কজ মাহাতোয়ে জানিবলৈ দিয়া মতে, ‘’এই কবিতাটো লিখাৰ মুল উদ্দেশ্য হৈছে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰে দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ অমূল্য দেশ প্ৰেম আৰু অসমীয়া ভাষা, সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা।‘’

‘’কবিতাটোৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত স্বাধীনতা সংগ্ৰামী সকলোৰ মনত দেশৰ প্ৰতি থকা অমূল্য দেশ প্ৰেম,দেশৰ বাবেই জীৱন ত্যাগৰ মানসিকতাক প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে অসমীয়া ভাষাক অত্যধিক পৰিমাণে ব্যৱহাৰৰ বাবে প্ৰেৰণা যোগোৱাৰ লক্ষ্য আগত ৰাখিও অসমীয়া ভাষাতে এই দীঘলীয়া কবিতাটো লিখাৰ অন্যতম এটা কাৰণ’’ বুলি সাংবাদিকক গৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, ‘’দেশৰ স্বাধীনতাৰ বাবে ভাৰতবৰ্ষৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে ইংৰাজৰ শাসনৰ পৰা ভাৰতক স্বাধীন কৰাৰ বাবে উঠি পৰি লাগিছিল, লগতে দেশ স্বাধীন কৰাৰ নামত ব্যক্তিগত স্বাৰ্থ  একাষৰীয়া কৰি সকলো লাহ বিলাহ ত্যাগ কৰি মাথোঁ দেশক স্বাধীন কৰাৰ বাবে মনোনিবেশ কৰিছিল।‘’

‘’এই কবিতাৰ জৰিয়তে সাংবাদিক গৰাকীয়ে দেশবাসীৰ মাজত ইতিহাস প্ৰসিদ্ধ জাতি ধৰ্মৰ উৰ্দ্ধত ভাতৃত্ববোধৰ এনাজৰীডাল তথা সকলোৰে মাজত সমন্বয়ৰ সাঁকোখন একতাৰ বান্ধোনৰে পুনৰ বান্ধি শান্তি-সম্প্ৰীতি অটুট ৰখা কবিতাটো লিখাৰ আন এক কাৰণ,’’- মাহাতোৱে কয়।

কবিতাটি দেশৰ প্ৰায়বোৰ ৰাজ্য অসম, বিহাৰ,পশ্চিম বংগ, উৰিষ্যা, ৰাজস্থান, পঞ্জাৱ, উত্তৰ প্ৰদেশ,হাৰিয়ানা, দিল্লী, মনিপুৰ, ঝাৰখণ্ড আদি ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীৰ দেশপ্ৰেমক আধাৰ হিচাপে লৈ লিখা হৈছে।

‘’ভগত সিং, কনকলতা বৰুৱা, চন্দ্ৰ শেখৰ আজাদ, অৰুণা আছফ আলী, ৰাণী লক্ষী বাঈ, আব্দুল কালাম আজাদ, ছা জফৰ আলী, বিষ্ণুপ্ৰসাদ ৰাভা, মণিৰাম দেৱান, ভোগেশ্বৰী ফুকননী, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, চৰ্দাৰ বল্লভভাই পেটেল, মদন মোহন মালব্য আদিকে ধৰি ২০০ ৰো অধিক স্বাধীনতা সংগ্ৰামীৰ দেশপ্ৰেম আৰু আংশিক জীৱন পৰিক্ৰমা এই কবিতাটোৰ মাজেৰে পৰিস্ফুট কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ জানিব দিয়ে।

২৪০০ ফুট দীঘল কবিতাটো গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চলিত মাহৰ শেষত নতুন দিল্লীত উন্মোচনৰ  বাবে সাংবাদিক পঙ্কজ মাহাতোৱে প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিছে।

ইতিমধ্যে কবিতাটি দীঘলীয়া কাকতত সংলগ্ন কৰি উন্মোচনৰ বাবে যাবতীয় কাম সমাপন কৰাত ব্যস্ত হৈ পৰিছে সাংবাদিক পঙ্কজ মাহাতো।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সাংবাদিক গৰাকীয়ে দীঘলীয়া কবিতা লিখি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বেচৰকাৰী বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছ, লিমকা বুক অৱ ৰেকৰ্ডছ, চেম্পিয়ন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ, ইণ্ডিয়ান এচিভাৰ বুক অৱ ৰেকৰ্ডছত তেওঁৰ পূৰ্বৰ কবিতাই স্থান লাভ কৰিছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd