• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ দিনটোত মহানগৰীৰ ক’ত ক’ত থাকিব ন’ পাৰ্কিং?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2019 7:45 pm
NO PARKING on independence day

প্ৰশান্ত শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসৰ দিনটোত গুৱাহাটী মহানগৰীৰ ক’ত ক’ত ন’ পাৰ্কিং থাকিব সেই সন্দৰ্ভত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক সংবাদমেল সম্বোধন কৰে মহানগৰ যান বাহন আৰক্ষী উপ-আয়ুক্ত প্ৰশান্ত শইকীয়াই।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হ’ব।

Apply Now

স্বাধীনতা দিৱসত যান-বাহন আৰু সুৰক্ষা ব্যাৱস্থাৰ প্ৰতি নজৰ ৰাখি যান বাহন আৰক্ষীৰ উপ-আয়ুক্তগৰাকীয়ে সংবাদমেলৰ জৰিয়তে তলত দিয়া ধৰণে নিৰ্দেশনা জাৰি কৰে-

  • ভিআইপি লোকসকল অহা-যোৱা কৰাৰ প্ৰতি লক্ষ্য ৰাখি জি.এছ ৰোড, বি বৰুৱা ৰোড আৰু এম.জি. বৰুৱা পথত কোনোধৰণৰ বাহন পাৰ্কিং কৰিবলৈ দিয়া নহ’ব। সুবিধাজনক ঠাইতহে বাহনসমূহ ৰাখিবলৈ দিয়া হ’ব। ভিআইপি অহা-যোৱা কৰা উপ-পথসমূহতো সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ব।
  • সুৰক্ষা, ভিআইপিৰ অহা-যোৱা, পদযাত্ৰীৰ সুৰক্ষা তথা মহানগৰবাসীয়ে যাতে সুন্দৰকৈ স্বাধীনতা দিৱস উপভোগ কৰিবৰ বাবে আহিব পাৰে, তাৰ বাবে এক বিশেষ ব্যৱস্থা লোৱা হৈছে।
  • খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ চাৰিওদিশে ন’ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। কইনাধৰা পুলিছ পইন্টৰ পৰা খানাপাৰা অভাৰব্ৰীজ পৰ্য্যন্ত, ব্ৰীজৰ পৰা ৰিচাৰ্জ গেট পৰ্য্যন্ত, ৰিচাৰ্জ গেটৰ পৰা প্ৰিজন গেট পৰ্য্যন্ত, প্ৰিজন গেটৰ পৰা বিজ্ঞান সংগ্ৰহালয় হৈ কইনাধাৰা চাৰিআলি পৰ্য্যন্ত ন’ পাৰ্কিং থাকিব।
  • আমন্ত্ৰিত অতিথি বা ভিআইপিসকলৰ বাবে জিলা প্ৰশাসনে বিশেষ পাছৰ ব্যৱস্থা কৰিছে। বিশেষ ব্যক্তিসকলৰ বাবে ৰেড পাছৰ ব্যৱস্থা, কিছু বিশেষ ব্যক্তিৰ বাবে নীলা আৰু হালধীয়া পাছৰ ব্যৱস্থা কৰা হৈছে। জি.এছ ৰোড হৈ অহা ৰেড পাছ থকা ব্যক্তিসকলক প্ৰিজন গেটৰ পৰা মিউজিয়াম গেট হৈ ভিআইপি এন্ট্ৰি গেট পৰ্য্যন্ত আহিব দিয়া হ’ব। তেওঁলোকৰ বাহনসমূহ ভিআইপি এন্ট্ৰি গেটৰ আশে-পাষে থকা পাৰ্কিংত ৰখাৰ ব্যৱস্থা কৰা হ’ব।
  • দ্বিতীয়তে, নীলা আৰু হালধীয়া পাছ থকাসকলে মিউজিয়াম পইন্টৰ পৰা কইনাধৰা পইন্ট পৰ্য্যন্ত আহিবলৈ দিয়া নহ’ব। তেওঁলোকৰ বাহনসমূহ মিউজিয়াম পইন্টৰ পৰা প্ৰশাসনিক আইন প্ৰাধিকৰণ মহাবিদ্যালয়লৈকে পাৰ্কিংৰ ভিতৰৰ ঠাইত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ অহাসকলে কইনাধৰাৰ উত্তৰ আৰু দক্ষিণ দিশৰ চাৰ্ভিছ ৰ’ডত পাৰ্কিং কৰিব লাগিব।
  • সাধাৰণ লোকসকলৰ বাবে খানাপাৰাস্থিত গণেশ মন্দিৰ প্ৰাঙ্গনত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে প্ৰশাসনিক আইন প্ৰাধিকৰণ মহাবিদ্যালয়ৰ পৰা খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় পৰ্য্যন্ত সাধাৰণ দৰ্শকসকলৰ বাবে পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে।

মহনগৰ যান-বাহন আৰক্ষী উপ-আয়ুক্তগৰাকীয়ে সংবাদমেলৰ জৰিয়তে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস আয়োজনৰ বাবে প্ৰতিগৰাকী  লোকক প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd