• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেয়েৰ গ্ৰাইলছৰ পুতেকো সাংঘাটিক, Man vs Wildৰ নজনা কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 5:41 pm
bear_grylls_and_pm_modi_Man vs Wild: Unknown Facts

বেয়েৰ গ্ৰাইলছ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

839
VIEWS
Share on FacebookShare on Twitter

We-Mediaৰ এগৰাকী লেখকে আগবঢ়াইছে ডিছকাভাৰি চেনেলৰ জনপ্ৰিয় শ্ব’ Man vs Wildৰ আঁৰৰ কিছু কথা।

প্ৰকাশ পাইছে বোলে শ্ব’টোৰ পৰিৱেশক বেয়েৰ গ্ৰাইলছৰ পুতেকো সাংঘাটিক—সাহসত।

বেয়েৰৰ তিনি সন্তানৰ মাজৰ এজন পুত্ৰই বোলে ৭ বছৰ বয়সতে পুলত পৰি যোৱা এগৰাকী ছোৱালীক উদ্ধাৰ কৰিছিল।

বেয়েৰৰ শ্ব’টো বিশ্বজুৰি জনপ্ৰিয়, কিন্তু শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এটা বিশেষ খণ্ড সম্প্ৰচাৰিত হোৱাৰ পিছত ভাৰততো ই অভূতপূৰ্ব চৰ্চা লাভ কৰিছে।

এই চৰ্চাৰ মাজতে We-Mediaৰ উক্ত লেখকে পাঠকলৈ এৰি দিছে শ্ব’টোৰ আঁৰৰ কিছু কথা।

১. শ্ব’টোৰ নাম কেৱল Man vs Wild নহয়। বিশ্বৰ ডেৰ শতাধিক দেশত সম্প্ৰচাৰ হোৱা শ্ব’টোৰ নাম দেশভেদে বেলেগ। শ্ব’টোৰ আন কিছুমান নাম হৈছে– Born Survivor, Ultimate Survivor, Bear Grylls and Survival Game (।)

২. লেখকৰ মতে, New York Postsৰ মতে শ্ব’টো যেনেকৈ ঘটিছে তেনেকৈয়ে দেখুওৱা ধৰণৰ নহয়, বৰঞ্চ স্ক্ৰীপ্তেদ (scripted)। কাৰণ, কেলিফৰ্নিয়াত শ্বুটিঙৰ সময়ত বেয়েৰ আৰু তেওঁৰ সহযোগী দলটো বোলে হোটেলত আছিল।

৩. শ্ব’টোৰ এটা খণ্ড শ্বুটিং কৰিবলৈ বোলে প্ৰায় ৭ দিন লাগে। দলটোৱে প্ৰথমে শ্বুটিংস্থলী ভ্ৰমণ কৰি জৰীপ কৰে আৰু সেই অনুসৰি বেয়েৰ গৈ হাজিৰ হয়।

৪. শ্ব’টোৰ Man vs Wild নামৰ এটা X Box গে’মো আছে। গে’মটো খুব জনপ্ৰিয় আৰু বেয়েৰে ডিছকাভাৰিৰ সহযোগত ইয়াক নিৰ্মাণ কৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd