• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী: দেশৰ লগতে সমগ্ৰ অসমতে “পিতামহ” স্মৰণ বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 7:09 pm
Assam BJP pays tribute to Vajpayee on first death anniversary

বিজেপিৰ গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলিৰ ছবি।

1.6k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বার্ষিকীত বিজেপিয়ে দেশৰ লগতে সমগ্ৰ অসমজুৰি শুকুৰবাৰে দলৰ “পিতামহ”জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলিৰে দলটোৰ প্ৰাদেশিক কাৰ্য্যালয়ৰ লগতে সকলো জিলা কাৰ্য্যালয়তে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

নতুন দিল্লীত বাজপেয়ীৰ সমাধিস্থলীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে বৰপেটা, জামুগুৰিহাট আৰু ঢেকিয়াজুলিত প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত আয়োজিত সভাত প্রাক্তন প্রধানমন্ত্রীজনে ‘‘প্ৰমূল্যবোধৰ ৰাজনীতিৰে দেশৰ বাবে আগবঢ়াই যোৱা অৱদানৰ ওপৰত আলোকপাত কৰা হয়”, দলীয় বিবৃতিত প্ৰকাশ।

গুৱাহাটীৰ স্মৃতিচাৰণ সভাত ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তাই বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ সৈতে থকা তেওঁৰ ব্যক্তিগত অভিজ্ঞতা স্মৰণ কৰে।

“বাজপেয়ীদেৱৰ শিশুসুলভ কিন্তু বলিষ্ঠ ব্যক্তিত্ব সকলোৰে প্ৰেৰণাৰ উৎস হৈ থাকিব,” গুপ্তাই কয়।

আন এগৰাকী ৰাজ্যিক উপ-সভাপতি প্রদীপ ঠাকুৰীয়াই কয়, “কেন্দ্রীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ বাবে লোৱা ঐতিহাসিক সিদ্ধান্তই মহান নেতাগৰাকীৰ দীর্ঘদিনীয়া সপোনক বাস্তৱায়িত কৰিলে।”

সভাত ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, বিধায়ক দিলীপ পাল, বিধায়ক ডাঃ নুমল মমিন আৰু গুৱাহাটী মহানগৰ জিলাৰ সভাপতি বিচিত্র নাৰায়ণ কলিতায়ো বক্তব্য ৰাখে।

Recent News

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd