• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 10:26 am
Professor Tabu Taid laid to rest at Gogamukh

টাবুৰাম টাইদৰ ফাইল ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ শনিবাৰে পুৱা গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে।

জানিব পৰা মতে, পুৱা প্ৰায় ৭-৩০ বজাত গুৱাহাটীৰ এপ’লো হাস্পাতলত বিশিষ্ট পণ্ডিতগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।

বিশিষ্ট শিক্ষাবিদগৰাকী আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল। দুসপ্তাহ ধৰিজ্বৰ আৰু কাহত ভূগি থকা টাইডক প্ৰথমতে নেমকেয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পাছতে যোৱা ১৩ আগষ্টত বিশিষ্ট শিক্ষাবিদগৰাকীক এপ’লো হাস্পাতলৰ আই চি য়ুত ভৰ্তি কৰা হৈছিল।

তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে ডায়েবেটিছতো আক্ৰান্ত হৈছিল।

অসমৰ শিক্ষা-গৱেষণা তথা ভাষা-সাহিত্যৰ এগৰাকী অক্লান্ত সাধক টাবুৰাম টাইডৰ মৃত্যুত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰিছে।

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিতগৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীয়ে বিশিষ্ট গৱেষক-পণ্ডিত গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিছে।

বিশিষ্ট শিক্ষাবিদ, গৱেষক-পণ্ডিত টাবুৰাম টাইডৰ মৃত্যুত অসম সাহিত্য সভায়ো শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অসমৰ ভাষা-সংস্কৃতি তথা জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা টাইডৰ জীৱন আৰু সৃষ্টি কৰ্ম প্ৰেৰণাৰ মহান আদৰ্শ হৈ ৰ’ব বুলি মন্তব্য কৰিছে।

১৯৪২ চনৰ ১ আগষ্টত টাবুৰাম টাইডৰ লখিমপুৰ জিলাৰ এখন ভিতৰুৱা মিছিং গাঁও ঘুণাসুঁতি আয়েংগিয়াত জন্ম হয়।

তেওঁৰ পিতৃ উবাং টাইড এগৰাকী কৃষক আছিল।

শিক্ষা জীৱনত টাবুৰাম টাইড এগৰাকী অতি মেধাবী ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিছিল।

গাঁৱৰে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা টাইডে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল উত্তৰ-লখিমপুৰত।

কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক টাবুৰাম টাইডে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ ১৯৬৩ চনত ইংৰাজী বিষয়ত সন্মানসহ স্নাতক আৰু সেই বিষয়তে ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কটন কলেজত এগৰাকী ইংৰাজীৰ প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল।

ইয়াৰ মাজতে তেওঁ বৃত্তি লাভ কৰি ব্ৰিটেইনৰ ৰিডিং য়ুনিভাৰ্ছিটিত এপ্লাইড লিংগুইষ্টিকত স্নাতকোত্তৰ ডিপ্ল’মা সমাপ্ত কৰে।

তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনত ভাৰতীয় বৈদেশিক সেৱাৰ বাবে নিৰ্বাচিত হৈছিল যদিও সেই সময়ত শাৰীৰিক অসুস্থতাৰ বাবে চাকৰিত যোগদান কৰিব নোৱাৰিলে।

টাবুৰাম টাইড এগৰাকী শিক্ষা বিভাগৰ প্ৰশাসনীয় বিষয়া হিচাপে কেইবাবছৰো সেৱা আগবঢ়াইছিল।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত তেওঁ ডি ডিপিআই, এছ চি ই আৰ টিৰ সঞ্চালক,মাধ্যমিক শিক্ষাৰ সঞ্চালক, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, সঞ্চালক,মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষকে ধৰি বহু উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি, তেওঁ শিক্ষা সংস্কাৰ আয়োগ, সাহিত্য একাডেমী, নেশ্যনেল বুক ট্ৰাষ্ট, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্যকে ধৰি বিভিন্ন সন্মানীয় সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল।

মিছিং আগম কেবাঙৰ প্ৰতিষ্ঠাতা শিক্ষাবিদ গৰাকীয়ে মিছিং ভাষা-সাহিত্য তথা সংস্কৃতিৰ উন্নতিৰ হ’কে অহোপুৰুষাৰ্থ কৰিছিল।

বিশিষ্ট গৱেষক পণ্ডিতগৰাকীয়ে কেইবাখনো আপুৰুগীয়া গ্ৰন্থও ৰচনা কৰি গৈছে।

সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে অসম চৰকাৰে তেওঁক সাহিত্যিক পেন্সনো আগবঢ়াইছিল।

মিছিং আগম কেবাঙে তেওঁক ২০০৭ চনত ‘আগম মিগাঙ’ সন্মানেৰে সন্মানিত কৰে।

২০১০ চনত মিছিং ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সাহিত্য একাডেমীয়ে সন্মানীয় ‘ভাষা সন্মান’ বঁটা প্ৰদান কৰে।

২০১১-১২ বৰ্ষত তেওঁক ছুকাফা বঁটাৰে সন্মানিত কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd