• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌতম ৰয় এ পি এছ চিৰ কেলেংকাৰিৰ মূল নায়ক: তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2019 2:48 pm
Tarun Gogoi press conference

চৰকাৰী বাসভৱনত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’গৌতম ৰয় এপিএছচিৰ কেলেংকাৰিৰ মূল নায়ক।‘’ নতুন মন্ত্ৰী আবাসত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শনিবাৰে এক সংবাদমেলত এইদৰে কয়।

তেওঁ কয়, ‘’গৌতম ৰয়ে এগৰাকী বঙালী সম্প্ৰদায়ৰ লোকক অধক্ষক নিযুক্তি দিবলৈ কৈছিল।‘’

Apply Now

‘’যদি এ পি এছ চিৰ সঠিক তদন্ত হৈছে তেন্তে ৰাকেশ পালৰ ভায়েকক গ্ৰেপ্তাৰ কৰা নাই কিয়?’’-এইদৰে প্ৰশ্ন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

নিবনুৱা সমস্যা সন্দৰ্ভত গগৈয়ে কয় যে ২০১৪ ত মোদীয়ে ২ কোটি যুৱকক চাকৰি দিম বুলি আশ্বাস দিছিল। কিন্তু নিবনুৱা সমস্যাৰ প্ৰতি মোদীয়ে এতিয়া আওকাণ কৰিছে।

তেওঁ কয়, ‘’দেশত অৰ্থনৈতিক দুৰ্যোগে দেখা দিছে। আগতে এনে দুৰ্যোগ হোৱা নাছিল।‘’

গগৈয়ে লগতে কয়, ‘’মানুহক ডাইভাৰ্ট কৰাত মোদী পাকৈত। মানুহৰ মন ভুলোৱা এওৱেঁই প্ৰথম প্ৰধানমন্ত্ৰী।‘’

‘’মোদীৰ দিনত অৰ্থনৈতিক গতিটো একেবাৰে কমি গৈছে। তেওঁ আকৌ হাই জাম্পৰ কথা কয়। প্ৰধান মন্ত্ৰীয়ে দেশৰ বিকৃত ছবিখন দেখুৱাবলৈ গৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে,’’-গগৈয়ে কয়।

তাৎপৰ্যপূৰ্ভাৱে,গগৈয়ে কয় যে জনসংখ্যা বেছিকৈ নিয়ন্ত্ৰণ হ’লেও বেয়া। শিক্ষা বৃদ্ধি পালে জনসংখ্যা কমিবই। মানুহৰ জীৱিকা বেছি হ’লে বেছি সন্তান জন্ম নিদিয়ে, দুখীয়া সকলেহে বেছিকৈ জন্ম দিয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বানপানী সমস্যা চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই বুলি উল্লেখ কৰি কয় যে এতিয়া গোটেই ৰাজ্যতে বানপানী হ’বলৈ ধৰিলে। চৰকাৰে এই সমস্যা গুৰুত্ব সহকাৰে লোৱা নাই। প্ৰধান মন্ত্ৰীয়ে এতিয়ালৈকে বানপীড়িত এলেকা ভ্ৰমণ কৰা দেখা নাই।

আনহাতে, কাশ্মীৰ সন্দৰ্ভত গগৈয়ে প্ৰশ্ন কৰে যে কাশ্মীৰৰ ভালৰ কাৰণে যদি কৰিছে তেন্তে তাৰ জনসাধাৰণক কিয় বুজোৱা নাই? কিয় ইমান লোকক গ্ৰেপ্তাৰ কৰিছে?

‘’নাগালেণ্ডত ১৪ আগষ্টত নাগা স্বাধীনতা দিৱস পাতিব পাৰিলে। এয়াটো আটাইতকৈ বেয়া আৰু অশনি সংকেত। অলফাইয়ো সাহস কৰা নাই এতিয়ালৈকে। মইতো নাগালেণ্ডত আগেয়ে এনেকৈ আগতীয়াকৈ পতাকা উৰুৱা দেখা নাই,’’-গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন কৰে, ‘’নাগালেণ্ডৰ ক্ষেত্ৰত নেডাই এতিয়া কি কৰিছে?  হিমন্ত বিশ্বই কি কৰি থাকে?’’

আক্ৰমমাত্মক গগৈয়ে লগতে কয়, ‘’ছিণ্ডিকেট চলিয়েই আছে। কেলেংকাৰি ৰাজ চলি আছে, চলি থাকিব, আৰু বাঢ়িব। কেলেংকাৰিৰ মানুহবোৰক আদৰি লৈ আছে। দুৰ্নীতিমুক্তও নহয়, বিদেশী মুক্তও নহয়, এই চৰকাৰৰ দিনত একোৱেই নহয়।‘’

ইপিনে,গগৈয়ে সংবাদ মাধ্যমৰ প্ৰতি চৰকাৰৰ ৰোষৰ কথা উল্লেখ কৰি কয় যে  ‘’পেপাৰত লিখিবলৈয়ো আজিকালি সাংবাদিকে ভয় কৰা হৈছে। যেতিয়াই তেতিয়া গোচৰ জাপি দিয়ে। আমাৰ দিনতো আমাৰ বিৰুদ্ধে বেয়াকৈ লিখিছিল। আমিটো একো আইনৰ ব্যৱস্থা লোৱা নাছিলো।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd