• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত প্ৰতিবাদস্থলীতে সাংবাদিকলৈ চোঁচা হিন্দু জাগৰণ মঞ্চৰ গুণ্ডাৰ

শিলাদিত্যৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন তুলিবলৈ নিদিয়ে শিৱসাগৰৰ “নতুন হিন্দু”ৱে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 17, 2019 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ভিন্ন মতৰ প্ৰতি অসহিষ্ণুতা বৃদ্ধিৰ সমান্তৰালভাৱে হিন্দুত্ববাদী সংগঠনবোৰৰ দ্বাৰা সংবাদ মাধ্যমৰ বাক স্বাধীনতাকো ৰঙা চকু দেখুওৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

আজি শিৱসাগৰত হিন্দুত্ববাদী সংগঠন “হিন্দু জাগৰণ মঞ্চ”ৰ একাংশ গুণ্ডাই সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক মাৰিবলৈ চোঁচা লোৱাৰ ঘটনাই এই উদ্বেগজনক ছবিখন অধিক প্ৰকট কৰি তুলিছে।

Apply Now

শিৱসাগৰ নগৰখনত থকা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি হিন্দুত্ববাদী সংগঠনটোৱে এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

সংগঠনটোৰ মতে, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত চলি থকা এন আৰ চিৰ কাম ভুলকৈ চলিছে আৰু লগতে এন আৰ চিত লাখ লাখ অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। গতিকে তেওঁলোকে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ কৰে।

কিন্তু সংবাদ সংগ্ৰহৰ বাবে প্ৰতিবাদস্থলীলৈ যোৱা সাংবাদিকে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেব ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমলৈ অহা বুলি বিভিন্ন সময়ত বাতৰি প্ৰচাৰ হৈ অহাৰ কথাটো উনুকিয়াই এই সন্দৰ্ভত জানিব বিচৰাতে খৰ্গহস্ত হৈ পৰে সংগঠনটোৰ নেতাসকল।

তাত উপস্থিত একাংশ বিজেপি নেতাৰ উচটনিত কেইজনমানে সাংবাদিকলৈ চোঁচা লৈ আক্ৰমণ কৰিবলৈ উদ্যত হয়।

সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এইদৰে গুণ্ডাগিৰিৰে সাংবাদিকলৈ চোঁচা লোৱাত পৰিস্থিতিটো উত্তপ্ত হৈ পৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সংবাদ মাধ্যমক এইদৰে ৰঙা চকু দেখুৱাব খোজা কাৰ্য্যক গৰিহণা দিছে শিৱসাগৰৰ ৰাইজে।

উল্লেখযোগ্য যে বিজেপিৰ বিফলতা, হিন্দুত্বৰ নামত গুণ্ডাগিৰি, মাতব্বৰিতা, দেশৰ বৰ্ধিত অহিষ্ণুতা আদিৰ বিষয়ে প্ৰশ্ন কৰিলেই “হিন্দুত্বৰ ৰক্ষক” এই তথাকথিত সংগঠনবোৰ জাঙুৰ খাই উঠাটো এটা পৰম্পৰাত পৰিণত হৈছে।

আজি যদিও হিন্দু জাগৰণ মঞ্চৰ নামত প্ৰতিবাদী কাৰ্যসূচীটো হৈছিল, প্ৰতিবাদকাৰীসকলৰ বেছি সংখ্যকেই আছিল বিজেপিৰ নেতা-কৰ্মী। বিজেপিৰ ৰাজ্যিক সভাপতি ভবেন্দ্ৰ নাথ মহন, ৰাজ্যিক সদস্যদ্বয় প্ৰাঞ্জল কটকী আৰু অশ্বিনী চেতিয়া, শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক আৰু লগতে দলটোৰ বহু নেতা-কৰ্মী উপস্থিত আছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd