• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গেৰুৱা সাজ পিন্ধিয়েই নাগৰিকত্ব বিধেয়ক সম্পৰ্কত ওলোটা খৰ ভুৱনেশ্বৰ কলিতাৰ

বিজেপিৰ সুৰতে সুৰ মিলাই ক’লে, "জনসাধাৰণে ইয়াক গ্ৰহণ কৰিছে।"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 18, 2019 5:29 pm
Bhubaneswar

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেলত ভুৱনেশ্বৰ কলিতা। ১৮ আগষ্টত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিনৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান লৈ খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কোৱা ভুৱনেশ্বৰ কলিতাই দল সলনিৰ লগতে নিজৰ স্থিতিও সলাই পেলাইছে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যসভাত কিছুদিন আগলৈকে সবল কন্ঠেৰে যিকেইজন অসমীয়াই প্ৰতিবাদ কৰিছিল, তাৰ ভিতৰত কলিতা অন্যতম আছিল। বিলখন কোনোপধ্যে যাতে বিজেপি চৰকাৰে গ্ৰহণ কৰিব নোৱাৰে সেই স্থিতিতে অটল আছিল সাংসদগৰাকী।

Apply Now

কিন্তু গেৰুৱা সাজ পিন্ধি বিধেয়কৰ বিৰুদ্ধে থকা সেই ‘সবল কন্ঠ’ যেন হেৰুৱাই পেলালে ভুৱনেশ্বৰ কলিতাই। বৰঞ্চ আওপকীয়াকৈ এই বিধেয়কৰ সমৰ্থন কৰাহে দেখা গৈছে।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত কলিতাই এখন সংবাদমেল সম্বোধন কৰে, য’ত সাংবাদিকে কেবৰ সম্পৰ্কত তেওঁৰ বৰ্তমানৰ স্থিতিটো জানিব বিচাৰে।

“কেব বৰ্তমান নাই। নোহোৱা বিষয় এটাৰ ওপৰত আলোচনা নকৰাই ভাল হ’ব। ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত যদি কেবৰ কথাটো দিয়া হৈছে, বা বিষয়টো সামৰি লৈছে। ইয়াৰ প্ৰকৃত উত্তৰ অসমৰ জনসাধাৰণে দিছে আৰু ইয়াক গ্ৰহণ কৰিছে“, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কলিতাই কয়।

তেওঁ আৰু কয়, “বিগত নিৰ্বাচনৰ ফলাফলৰ পাছত মই নাভাৱো এই বিষয়টো আমি পুনৰ উত্থাপন কৰিব পাৰিম।“

আনহাতে, উক্ত সংবাদমেলতে বিজেপিত যোগদানৰ কাৰণ বাখ্যা কৰি কলিতাই কয়, “মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ গ্ৰহণ কৰি এজন সাধাৰণ কাৰ্য্যকৰ্তা হিচাপে যোগদান কৰিছো।”

ইপিনে, কংগ্ৰেছ আৰু বিজেপিৰ মাজত নীতি-আদৰ্শৰ বৃহৎ পাৰ্থক্য থকা বুলি কলিতাই মন্তব্য কৰাৰ উপৰি বিজেপিৰ নীতি-আদৰ্শৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

তেওঁ কয়, “মই আটাইতকৈ সুখী, পূৰ্বৰ কংগ্ৰেছ দলত কেৱল নেতাহে থাকি গ’ল, কাৰ্য্যকৰ্তা নাথাকিল, কৰ্মী নাথাকিল। বিজেপি দলত প্ৰধান মন্ত্ৰীও কাৰ্য্যকৰ্তা, মন্ত্ৰীসকলো কাৰ্য্যকৰ্তা আৰু সভাপতিও কাৰ্য্যকৰ্তা। প্ৰত্যেক গৰাকীৰে দলত সমান স্থান আছে। এইটোৱেই ভাৰতীয় জনতা পাৰ্টীৰ বিশেষত্ব। ই মোক অত্যন্ত আকৰ্ষিত কৰিছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd