• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণত আৰক্ষীৰ কৰণীয় সন্দৰ্ভত আৰণ্যকৰ কর্মশালা সম্পন্ন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 19, 2019 12:14 pm
IMG-20190818-WA0046

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত জিলা আৰক্ষীৰ সহযোগত দেওবাৰে মঙ্গলদৈত ‘বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণত আৰক্ষীৰ ভূমিকা” শীর্ষক এক কর্মশালা অনুষ্ঠিত হয়।

মঙলদৈৰ আৰক্ষী অধীক্ষকৰ আলোচনা কক্ষত দৰং জিলাৰ নির্বাচিত আৰক্ষীৰ মাজত আয়োজিত এই কর্মশালাত গঁড়কে ধৰি সকলো বন্যপ্রাণীৰ সৈতে জড়িত অপৰাধ নিয়ন্ত্রণ কৰাত আৰক্ষীয়ে ল’ব পৰা ভূমিকা সম্পৰ্কে আলোচনা কৰা হয় ৷

Apply Now

কৰ্মশালাৰ আৰম্ভণিতেই অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বন্যপ্রাণী অপৰাধৰ ওপৰত আৰণ্যকৰ সচিব প্রধান ড৹ বিভৱ কুমাৰ তালুকদাৰে এক সচিত্ৰ উপস্থাপন দাঙি ধৰে।

ড৹ বিভৱ কুমাৰ তালুকদাৰে জনোৱা মতে ইতিমধ্যে ৰাজ্যখনৰ গোলাঘাট, কাৰ্বি আংলং আদি জিলাত এনেধৰণে বিশেষকৈ আৰক্ষী সকলৰ মাজত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শীর্ষক কর্মশালা অনুষ্ঠিত কৰি থকা হৈছে ।

মঙ্গলদৈত আয়োজিত কৰ্মশালাত দৰং জিলাৰ নির্বাচিত ৩০ জন আৰক্ষী বিষয়া আৰু তিনিজন উপ-আৰক্ষী অধীক্ষকে অংশ গ্রহণ কৰে ৷

কৰ্মশালাত দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই  উপস্থিত থাকি কয় যে ৰাজ্যত প্ৰতিদিনে বন্যপ্রাণী অপৰাধ বৃদ্ধি পাব ধৰিছে।

তেওঁ লগতে কয় যে ইয়াৰ বাবে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণৰ এনেধৰণৰ কর্মশালাই  আৰক্ষীক যথেষ্ট সহায় কৰিব।

কৰ্মশালাত উপস্থিত থাকি মঙ্গলদৈৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰিবলৈ হ’লে অপৰাধৰ ঘটনাবোৰ বৈজ্ঞানিক ভিত্তিত তদন্ত হ’ব লাগিব বুলি মন্তব্য কৰে ৷

আনহাতে, পৰিৱেশ কর্মী তথা অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱাই কৰ্মশালাত উপস্থিত থাকি ৰাজ্য খনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে আৰণ্যকে ইতিমধ্যে এনেধৰণৰ কর্মশালা অনুষ্ঠিত কৰাৰ উপৰি চোৰাং চিকাৰী কৰায়ত্ত কৰাত সহায় কৰাৰ বাবে কেবাটাও উচ্চ প্ৰশিক্ষিত স্নিফাৰ ডগ বন বিভাগ আৰু আৰক্ষীক প্রদান কৰিছে।

ইতিমধ্যেই কে- ৯ নামৰ আঁচনিৰ অধীনত আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং আৰু পবিতৰাত মুঠ পাঁচটা স্নিফাৰ ডগৰ ইউনিট স্থাপন কৰি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাত বনকৰ্মীক সহযোগ আগবঢ়াই আহিছে।

কৰ্মশালাত অধিবক্তা অজয় কুমাৰ দাসে আৰক্ষী বিষয়া সকলক ১৯৭২ চনৰ বন্যপ্রাণী নিয়ন্ত্রণ আইন সম্পর্কে বিস্তৃতভাৱে বৰ্ণনা কৰি আৰক্ষীয়ে কন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাত কেনেদৰে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত আলোচনা আগবঢ়ায় ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd