• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ধেমাজিত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক; গাঁও ৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীৰ সফলতা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 10:18 am
Drugs-Kemi--1140x570

ধেমাজিত উদ্ধাৰ হোৱা ড্ৰাগছখিনি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জোনাই আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ কেমি গাঁৱৰ পৰা দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰবিবাৰে আটক কৰে।

গাঁৱখনত পহৰা দি থকা গাঁও ৰক্ষী বাহিনীয়ে সন্দেহৰ ভিত্তিত প্ৰথমতে ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক আটক কৰে আৰু পৰৱৰ্তী সময়ত জোনাই আৰক্ষীক খবৰ দিয়ে।

গাঁও ৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু নিতিশ পাতিৰ(২৬) আৰু কুং পেগু(৩৭) নামৰ যুৱক দুজনক আটক কৰে।

যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৫ গ্ৰাম ব্ৰাউন চুগাৰ, দুই পেকেট ভাং আৰু নগদ ৩,১০০ টকা জব্দ কৰে।

জোনাই আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সুৰাৰ অবৈধ ব্যৱসায়ো চলাই আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

আনহাতে, আটকাধীন যুৱক দুজনৰ সাক্ষ্যৰ ভিত্তিত আৰক্ষীয়ে জোনাই চহৰৰ সমীপৰ মুৰকংচেলেক গাঁৱৰ পৰা সঞ্জীৱ আগৰৱাল মিৰি(৪০) নামৰ আন এগৰাকী ব্যক্তিক আটক কৰে।

মিৰিৰ পৰা আৰক্ষীয়ে ২০ গ্ৰাম আফিমেৰে সৈতে ২০ গ্ৰাম চাইকোট্ৰ’পিক ঔষধ আৰু ৬৫,০০০ টকা জব্দ কৰে।

আৰক্ষীৰ সূত্ৰই আগৰৱাল মিৰিয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল বুলি অভিযোগ কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোমবাৰে এন ডি পি এছ আইনৰ ১৮(এ)/২১(এ)/২১(বি)/২৭/২৯ ধাৰাৰ অধীনত ৮৩/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী সময়ত আৰু অধিক এনেধৰণৰ অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি মত প্ৰকাশ কৰিছে।

অসম আৰক্ষীয়ে ইতিমধ্যে অৰুণাচল আৰক্ষীৰ সহযোগত সীমান্ত অঞ্চলসমূহত ড্ৰাগছৰ অবৈধ বেহা ৰোধ কৰাৰ বাবে বিশেষ অভিযান চলাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd