• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ধেমাজিত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক; গাঁও ৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীৰ সফলতা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 10:18 am
Drugs-Kemi--1140x570

ধেমাজিত উদ্ধাৰ হোৱা ড্ৰাগছখিনি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জোনাই আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ কেমি গাঁৱৰ পৰা দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰবিবাৰে আটক কৰে।

গাঁৱখনত পহৰা দি থকা গাঁও ৰক্ষী বাহিনীয়ে সন্দেহৰ ভিত্তিত প্ৰথমতে ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক আটক কৰে আৰু পৰৱৰ্তী সময়ত জোনাই আৰক্ষীক খবৰ দিয়ে।

Apply Now

গাঁও ৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু নিতিশ পাতিৰ(২৬) আৰু কুং পেগু(৩৭) নামৰ যুৱক দুজনক আটক কৰে।

যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৫ গ্ৰাম ব্ৰাউন চুগাৰ, দুই পেকেট ভাং আৰু নগদ ৩,১০০ টকা জব্দ কৰে।

জোনাই আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সুৰাৰ অবৈধ ব্যৱসায়ো চলাই আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

আনহাতে, আটকাধীন যুৱক দুজনৰ সাক্ষ্যৰ ভিত্তিত আৰক্ষীয়ে জোনাই চহৰৰ সমীপৰ মুৰকংচেলেক গাঁৱৰ পৰা সঞ্জীৱ আগৰৱাল মিৰি(৪০) নামৰ আন এগৰাকী ব্যক্তিক আটক কৰে।

মিৰিৰ পৰা আৰক্ষীয়ে ২০ গ্ৰাম আফিমেৰে সৈতে ২০ গ্ৰাম চাইকোট্ৰ’পিক ঔষধ আৰু ৬৫,০০০ টকা জব্দ কৰে।

আৰক্ষীৰ সূত্ৰই আগৰৱাল মিৰিয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল বুলি অভিযোগ কৰে।

আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোমবাৰে এন ডি পি এছ আইনৰ ১৮(এ)/২১(এ)/২১(বি)/২৭/২৯ ধাৰাৰ অধীনত ৮৩/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী সময়ত আৰু অধিক এনেধৰণৰ অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি মত প্ৰকাশ কৰিছে।

অসম আৰক্ষীয়ে ইতিমধ্যে অৰুণাচল আৰক্ষীৰ সহযোগত সীমান্ত অঞ্চলসমূহত ড্ৰাগছৰ অবৈধ বেহা ৰোধ কৰাৰ বাবে বিশেষ অভিযান চলাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd