• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2019 9:10 pm
SJ-750x375

এচ জয়শংকৰ (বহি থকা গৰাকী)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়’ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰে বাংলাদেশক এনেদৰে নিশ্চয়তা প্ৰদান কৰে।

অবৈধ অনুপ্ৰবেশকাৰী চিনাক্ত কৰণৰ বাবে অসমত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰসংগত বুধবাৰে বাংলাদেশত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জয়শংকৰে।

Apply Now

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ যোৱা মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত ধনাত্মক আলোচনা হয় বুলি মত প্ৰকাশ কৰে।

অক্টোবৰত নতুন দিল্লীলৈ আহিবলগীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ভ্ৰমণত এই সম্পৰ্কত অধিক অগ্ৰগতি লাভ কৰিব বুলি বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰাবিশ কুমাৰে টুইট কৰে।

বাংলাদেশী বৈদেশিক মন্ত্ৰী এ কে আব্দুল ম’মিনৰ সৈতে অনুষ্ঠিত হোৱা যুতীয়া সংবাদ মেলত জয়শংকৰে অসমৰ এন আৰ চি প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি বাংলাদেশৰ ইয়াক লৈ শংকাৰ কাৰণ নাই বুলি কয়।

বৈঠকত জয়শংকৰে ভাৰত-বাংলাদেশৰ মাজত স্বাক্ষৰ হ’বলৈ বাকী থকা তিস্তা জলচুক্তি পূৰ্বৰ দৰে একেই থাকিব বুলিও ভাৰতৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে, ২০১১ চনতে ভাৰতৰ প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ বাংলাদেশ ভ্ৰমণৰ সময়তে তিস্তা জলচুক্তি স্বাক্ষৰ হোৱাৰ কথা আছিল যদিও অন্তিম মুহুৰ্তত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল।

তিস্তা জলচুক্তি বাংলাদেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ চুক্তি। বাংলাদেশৰ বহু অংশ তিস্তা নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ম’মিনে জয়শংকৰৰ সৈতে হোৱা সফল আলোচনাৰ অন্তত তিস্তা জলচুক্তিক লৈ আশাবাদী বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd