• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দলত্যাগী নেতাৰ সমষ্টিত প্ৰচাৰ ৰেলি উলিয়াব কংগ্ৰেছে

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 21, 2019 9:02 pm
21-08-19 Guwahati- Ripun Bora Press APCC rejects BJP's claim on mass joining of Congress cadres

বুধবাৰে সংবাদমেলত ৰিপুণ বৰা। ছবি- ইউ বি।

1k
VIEWS
Share on FacebookShare on Twitter

‘বিজেপিলৈ কেৱল কংগ্ৰেছী নেতাসকলহে গৈছে তৃণমূল কৰ্মীসকল যোৱা নাই’, তিনিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাই বিজেপিত যোগদানৰ পাছত বুধবাৰে এইদৰে মন্তব্য কৰিছে ৰিপুণ বৰাই।

বুধবাৰে গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে।

য’ত তেওঁ কয়, ‘ভুৱনেশ্বৰ কলিতা, শান্তিয়াজ কুজুৰ আৰু গৌতম ৰয় এওঁলোক অকলেহে কেৱল বিজেপিলৈ গৈছে। তেওঁলোকৰ সমষ্টিৰ তৃণমূল কৰ্মীসকলক বিজেপিলৈ নিব পৰা নাই।’

‘বিজেপিয়ে কৈ থকাৰ দৰে বিয়াগোম নেতাই বিজেপিত যোগদান কৰিছে। কিন্তু প্ৰকৃততে সেই বিয়াগোম নেতাবোৰে এজনো তৃণমূল পৰ্যায়ৰ কৰ্মী বিজেপিলৈ নিব পৰা নাই। তেওঁলোক কেৱল অকলেই বিজেপিত যোগদান কৰিছে’ বুলি মন্তব্য কৰে।

আনহাতে ‘সদ্য কংগ্ৰেছত্যাগী তিনিজন নেতাৰ সমষ্টি ৰঙিয়া, কাটলিচাৰা, হাইলাকান্দি, মাজবাট আৰু তিনিচুকীয়াত গৈ প্ৰচাৰ ৰেলি কৰিব কংগ্ৰেছৰ উচ্চস্তৰীয় দলে’ তেওঁ কয়।

আজিৰ সংবাদমেলতে ‘ছিণ্ডিকেটৰ বাতৰি প্ৰকাশৰ বাবে প্ৰতিদিনক চমন দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে। লগতে আগশাৰীৰ পেপাৰসমূহে কেববিৰোধী স্হিতি লোৱাৰ  বাবে বিজ্ঞাপন বন্ধ কৰাক লৈ দুখ প্ৰকাশ কৰে।’

এই সন্দৰ্ভত তেওঁ আজি প্ৰেছ ফ্ৰিডম ক’ত থাকিল বুলি প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য আজিৰ সংবাদমেলতে প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭৫ তম জন্ম জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ঘোষণা কৰে। কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধানত– ২৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ  মহিলা শীৰ্ষক আলোচনা, ২৬ আগষ্টত প্ৰতিখন জিলাত বৃক্ষৰোপন কাৰ্যসূচী, ৩১ আগষ্টত ৰাজ্যিক ভিত্তিত ‘মহিলা সবলীকৰণ ৰাজীৱ গান্ধী ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd