• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত মুকলি হ’ল Kia Motos India ৰ প্ৰথমটো মডেল Kia Seltos

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2019 2:19 pm
kia-seltos_
864
VIEWS
Share on FacebookShare on Twitter

পোন প্ৰথমবাৰৰ বাবে ২০১৮ দিল্লী অট’ এক্সপোত দেখুওৱা হৈছিল কিয়া চেল্টছৰ (Kia Seltos) কনচেপ্ট মডেল। কোম্পেনিয়ে ইয়াক এছ পি ২(SP2) হিচাপে নামকৰণ কৰিছিল।

ভাৰতত কিয়া মটছ ইণ্ডিয়াৰ (Kia Motos India) প্ৰথম মডেল হৈছে চেল্টছ আৰু ইয়াক লৈ যথেষ্ট আশাবাদী কোম্পেনি।

বহু প্ৰতিক্ষাৰ অন্তত আজি গাড়ী বজাৰত মুকলি হ’ল চেল্টছ।

বাহনখনৰ ইঞ্জিন, ট্ৰান্সমিশ্যন আৰু ফিচাৰ্ছ অন্য বাহন সমূহৰ তুলনাত যথেষ্ট উন্নতমানৰ বুলি ধাৰণা কৰা হৈছে।

কিন্তু অন্য বাহনৰ তুলনাত এই বাহনখনৰ মূল্যই গ্ৰহকক আকৰ্ষিত কৰিব পাৰিব নে? সকলোৰে মনত এই প্ৰশ্নটোৰ অৱতাৰণা হোৱাটো স্বাভাৱিক।

সেয়ে আমি গ্ৰাহক সকলক যথাসম্ভৱ উত্তৰ এই প্ৰতিবেদনৰ জৰিয়তে দিয়াৰ প্ৰয়াস কৰিম।

যদিহে গ্ৰাহক সকলে এই বাহনখনৰ মূল্য ৯ৰ পৰা ১০ লাখ টকা হ’ব বুলি ধাৰণা কৰি আছে তেন্তে সেয়া ভুল ধাৰণা। যিহেতু এই গাড়ীখন অন্য বাহনৰ তুলনাত উন্নতমানৰ ফিচাৰ্চেৰে সমৃদ্ধ সেয়ে ইয়াৰ মূল্য ১১ বা ১২ লাখৰ পৰা আৰম্ভ হ’ব।

উল্লেখ্য যে ২টা পেট্ৰ’ল আৰু এটা ডিজেল ইঞ্জিন মডেলৰ সহায়ত বজাৰলৈ আহিব কিয়া চেল্টছ। ইয়াৰে এটাত ১.৪ লিটাৰ জি ডি আই টৰ্বো পেট্ৰ’ল, ১.৫ লিটাৰ নেছুৰেলি এস্পিৰেটেড পেট্ৰ’ল আৰু ১.৫ লিটাৰ ডিজেল ইঞ্জিন দিয়া হৈছে।

ইয়াৰ উপৰি তিনিওটা ইঞ্জিনৰ বিশেষত্ব হ’ল বি এছ ৬(BS6)।

আনহাতে কিয়া চেল্টছত এন্দ্ৰইড অট’ আৰু এপ’ল কাৰপ্লে কানেক্টিভিটি চাপোৰ্টৰ বাবে ১০.২৫ ইঞ্চিৰ টাচস্কিন ইনফোটেনমেণ্ট চিষ্টেম, প্ৰিমিয়াম মিউজিক চিষ্টেম, ৩৬০ ডিগ্ৰী কেমেৰা আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ছয়টাকৈ এয়াৰ বেগ দিয়া হৈছে।

উল্লেখ্য যে ই ছিম টেকন’লজি সহিতে মুঠ ৩৭টা কানেক্টিভিটি ফিচাৰৰ সৈতে ভাৰতীয় বজাৰলৈ আহিব লগীয়া এইখনেই প্ৰথম চাৰিচকীয়া বাহন।

আজি বজাৰত উপলব্ধ হ’ব লগীয়া এই বাহনখনৰ মূল্য কোম্পেনিয়ে এতিয়াও প্ৰকাশ কৰা নাই যদিও ভাৰতত হুণ্ডাই ক্ৰেতা, মাৰুতি এছ-ক্ৰছ, নিচান কিক্স, ডাষ্টাৰ আদিক যথেষ্ট প্ৰত্যাহ্বান জনাব বুলি বিশেষজ্ঞ সকলে ধাৰণা কৰিছে।

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd