• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

বজাৰত মুকলি হ’ল Kia Motos India ৰ প্ৰথমটো মডেল Kia Seltos

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2019 2:19 pm
kia-seltos_
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন প্ৰথমবাৰৰ বাবে ২০১৮ দিল্লী অট’ এক্সপোত দেখুওৱা হৈছিল কিয়া চেল্টছৰ (Kia Seltos) কনচেপ্ট মডেল। কোম্পেনিয়ে ইয়াক এছ পি ২(SP2) হিচাপে নামকৰণ কৰিছিল।

ভাৰতত কিয়া মটছ ইণ্ডিয়াৰ (Kia Motos India) প্ৰথম মডেল হৈছে চেল্টছ আৰু ইয়াক লৈ যথেষ্ট আশাবাদী কোম্পেনি।

Apply Now

বহু প্ৰতিক্ষাৰ অন্তত আজি গাড়ী বজাৰত মুকলি হ’ল চেল্টছ।

বাহনখনৰ ইঞ্জিন, ট্ৰান্সমিশ্যন আৰু ফিচাৰ্ছ অন্য বাহন সমূহৰ তুলনাত যথেষ্ট উন্নতমানৰ বুলি ধাৰণা কৰা হৈছে।

কিন্তু অন্য বাহনৰ তুলনাত এই বাহনখনৰ মূল্যই গ্ৰহকক আকৰ্ষিত কৰিব পাৰিব নে? সকলোৰে মনত এই প্ৰশ্নটোৰ অৱতাৰণা হোৱাটো স্বাভাৱিক।

সেয়ে আমি গ্ৰাহক সকলক যথাসম্ভৱ উত্তৰ এই প্ৰতিবেদনৰ জৰিয়তে দিয়াৰ প্ৰয়াস কৰিম।

যদিহে গ্ৰাহক সকলে এই বাহনখনৰ মূল্য ৯ৰ পৰা ১০ লাখ টকা হ’ব বুলি ধাৰণা কৰি আছে তেন্তে সেয়া ভুল ধাৰণা। যিহেতু এই গাড়ীখন অন্য বাহনৰ তুলনাত উন্নতমানৰ ফিচাৰ্চেৰে সমৃদ্ধ সেয়ে ইয়াৰ মূল্য ১১ বা ১২ লাখৰ পৰা আৰম্ভ হ’ব।

উল্লেখ্য যে ২টা পেট্ৰ’ল আৰু এটা ডিজেল ইঞ্জিন মডেলৰ সহায়ত বজাৰলৈ আহিব কিয়া চেল্টছ। ইয়াৰে এটাত ১.৪ লিটাৰ জি ডি আই টৰ্বো পেট্ৰ’ল, ১.৫ লিটাৰ নেছুৰেলি এস্পিৰেটেড পেট্ৰ’ল আৰু ১.৫ লিটাৰ ডিজেল ইঞ্জিন দিয়া হৈছে।

ইয়াৰ উপৰি তিনিওটা ইঞ্জিনৰ বিশেষত্ব হ’ল বি এছ ৬(BS6)।

আনহাতে কিয়া চেল্টছত এন্দ্ৰইড অট’ আৰু এপ’ল কাৰপ্লে কানেক্টিভিটি চাপোৰ্টৰ বাবে ১০.২৫ ইঞ্চিৰ টাচস্কিন ইনফোটেনমেণ্ট চিষ্টেম, প্ৰিমিয়াম মিউজিক চিষ্টেম, ৩৬০ ডিগ্ৰী কেমেৰা আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ছয়টাকৈ এয়াৰ বেগ দিয়া হৈছে।

উল্লেখ্য যে ই ছিম টেকন’লজি সহিতে মুঠ ৩৭টা কানেক্টিভিটি ফিচাৰৰ সৈতে ভাৰতীয় বজাৰলৈ আহিব লগীয়া এইখনেই প্ৰথম চাৰিচকীয়া বাহন।

আজি বজাৰত উপলব্ধ হ’ব লগীয়া এই বাহনখনৰ মূল্য কোম্পেনিয়ে এতিয়াও প্ৰকাশ কৰা নাই যদিও ভাৰতত হুণ্ডাই ক্ৰেতা, মাৰুতি এছ-ক্ৰছ, নিচান কিক্স, ডাষ্টাৰ আদিক যথেষ্ট প্ৰত্যাহ্বান জনাব বুলি বিশেষজ্ঞ সকলে ধাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd