• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে প্ৰস্তুত কৰা হৈছে গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2019 4:23 pm
22_08_2019-chidambaram_indrani_19509244_143725949

প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী পি চিদাম্বৰম আৰু ইন্দ্ৰাণী মুখাৰ্জী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তদন্তকাৰী সংস্থাই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে আই এন এক্স মিডিয়াৰ মুৰব্বীৰ পত্নী ইন্দ্ৰাণী মুখাজীৰ ভাষ্যৰ ভিত্তিতে গোচৰ প্ৰস্তুত কৰিছে।

আই এন এক্স মিডিয়াৰ মুৰব্বী পিটাৰ মুখাৰ্জীৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জী পূৰ্বে ইন্দ্ৰাণী বৰা অসমৰেই বাসিন্দা আছিল।

ইন্দ্ৰাণী বৰাই ইন্দ্ৰাণী মুখাৰ্জী হোৱাৰ পাছত পতি পীটাৰৰ সৈতে মিলি তেওঁৰ কন্যা শ্বীনা বৰাক হত্যা কৰিছিল।

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ অভিযোগত ইন্দ্ৰাণী এতিয়াও কাৰাগাৰত বন্দী হৈ আছে।

ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে গোচৰ প্ৰস্তুত কৰা হৈছে।

মুখাৰ্জীদ্বয় আই এন এক্স মিডিয়া নামৰ টেলিভিশ্বন সংস্থাটোৰ মুৰব্বী আছিল।

উক্ত সংস্থাক য়ু পি এ চৰকাৰৰ গৃহ মন্ত্ৰী থকা সময়ত পি চিদাম্বৰমে বিদেশী পুঁজিৰ অনুমোদন সহায় কৰাৰ অভিযোগ উঠিছে।

তদন্তকাৰী সংস্থাৰ সূত্ৰই জানিব দিয়া মতে প্ৰাক্তন গৃহ মন্ত্ৰী গৰাকীৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে বৃহৎ অংকৰ উপঢৌকন লাভ কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ত এই গোচৰটো সন্দৰ্ভত এনফৰ্ছমেন্ট সঞ্চালকালয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ বিৰুদ্ধে গোচৰটো প্ৰস্তুত কৰা বুলি সদৰী কৰিছে।

আদালতে প্ৰাক্তন গৃহ মন্ত্ৰী গৰাকীৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰে আৰু বুধবাৰে সন্ধিয়া পি চিদাম্বৰক গ্ৰেপ্তাৰ কৰা হয়।

ইন্দ্ৰাণী মুখাৰ্জীয়ে তদন্তকাৰী সংস্থাৰ আগত ভাষ্য দিছিল যে  পি চিদাম্বৰমে আই এন এক্স মিডিয়াত বিদেশী বিনিয়োগৰ অনুমোদনৰ বিনিময়ত কীৰ্তি চিদাম্বৰক ব্যৱসায়ত সহায়ৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০১৭ত এখন এজাহাৰ দাখিল কৰি অভিযোগ কৰিছিল।

অভিযোগত কোৱা যে বিদেশী বিনিয়োগ সংক্ৰান্তীয় বোৰ্ড বা এফ আই পি বিয়ে আই এন এক্স মিডিয়াক ২০০৭ বৰ্ষত বিদেশৰ পৰা ৩০৫ কোটি টকাৰ পুজি লাভ কৰাৰ বাবে অনুমতি পত্ৰ দিছিল।

চিবিআইৰ সমান্তৰালকৈ এনফৰ্ছমেন্ট সঞ্চালকালয়েও এটা আৰ্থিক কেলংকাৰিৰ গোচৰ ৰুজু কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd