• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান মহানগৰবাসী! এ টি এম মেচিনত গোপন কেমেৰা স্থাপনেৰে এ টি এম কাৰ্ডৰ তথ্য চুৰ কৰিছে দুৰ্বৃত্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2019 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰাহকৰ এ টি এম কাৰ্ডৰ পিন চুৰ কৰাৰ নতুন কৌশল লৈ গুৱাহাটীত প্ৰৱেশ কৰিছে একাংশ দুৰ্বৃত্ত।

সকলো সতৰ্কতামূলক ব্যৱস্থাক ফাঁকি দি এই দুৰ্বৃত্তই গ্ৰহণ কৰা এটা অভিনৱ কৌশল আজি পোহৰলৈ আনিলে এজন নাগৰিকে।

Apply Now

আজি উক্ত নাগৰিকজনে লাষ্ট গেইটস্থিত হোটেল ৰাজধানী ৰিজেন্সিৰ বিপৰীত ফালে থকা এছ বি আইৰ এটা এ টি এম মেচিনৰৰ পৰা টকা উলিয়াবলৈ কাৰ্ড ইনছাৰ্ট কৰি মনত কিছু সন্দেহ হোৱাত ভালকৈ নিৰীক্ষণ কৰে।

মেচিনত সন্দেহযুক্ত কিবা লাগি থকাৰ সম্ভাৱনা দেখা পাই তেওঁ সংশ্লিষ্ট বেংকটোৰ বিষয়া আৰু আৰক্ষীক খবৰ দিয়ে।

পৰীক্ষা কৰি চোৱাৰ পিছত দেখা যায় যে এ টি এম মেচিনটোত দুৰ্বৃত্তই গ্ৰাহকৰ কাৰ্ডৰ সকলো তথ্য চুৰ কৰিব পৰাকৈ উন্নত প্ৰযুক্তি কৌশলৰ সঁজুলি লগাই থৈছে।

ই গ্ৰাহকৰ পিন নম্বৰ ধৰি ৰাখে কেমেৰাত; কাৰ্ড ৰেণ্ডাৰ আৰু চিপ থকা এই উন্নত সঁজুলিৰ সহায়ত লোৱা তথ্যৰ পৰা কাৰ্ডখনৰ ক্ল’ন কৰা সম্ভৱ; যিটোৰ জৰিয়তে গ্ৰাহকৰ একাউণ্টৰ পৰা টকা উঠাই নিয়া সহজ।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে বেংকৰ বিষয়াসকলে হাতীগাওঁ আৰক্ষীৰ সহায়ত এ টি এম মেচিনটো ছীল্ড কৰি দিছে।

আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ তদন্তৰ দায়িত্ব লৈছে আৰু বেংক কৰ্তৃপক্ষক চি চি টি ভিৰ ফুটেজ বিচাৰিছে।

পূৰ্বেও গুৱাহাটী মহানগৰীত দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড ক্ল’ন কৰি টকা উলিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছিল। কিন্তু আজি ধৰা পৰা কৌশল ইমান ভয়ংকৰ যে ইয়াৰ ফলত বৃহত সংখ্যক গ্ৰাহক প্ৰৱঞ্চিত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে বেংক কৰ্তৃপক্ষই ইয়াৰ এ টি এম কেন্দ্ৰবোৰত স্থাপন কৰা চি চি টি ভিৰ ফুটেজ দৈনিক পৰীক্ষা কৰে নে নকৰে তাত সন্দেহ আহি পৰিছে। দৈনিক পৰীক্ষা কৰাৰ জৰিয়তে এনেকুৱা দুৰ্বৃত্তৰ কাণ্ড ধৰা পৰাটো নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd