• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিনাক্ত হৈছে বোকাখাতত উদ্ধাৰ হোৱা মৃতদেহ; পৰিকল্পিত হত্যাকাণ্ড, ৩জনক আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
August 25, 2019 7:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ বৰজুৰিত যোৱা ১৮ আগষ্টত পথৰ কাষৰ চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ সবিশেষ তথ্য সমপ্ৰতি পোহৰলৈ আহিছে।

নিহত লোকজন হৈছে বৰপেটাৰ নুৰুদ্দিন খণ্ডাইটৰ, তেওঁক হত্যা কৰা হৈছিল বুলি আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে। আৰক্ষীৰ মতে নৰুদ্দিন তিলক লজিচটিক ট্ৰেন্সপৰ্ট নামৰ কোম্পানীটোৰ এখন ট্ৰাকৰ চালক আছিল।

Apply Now

উল্লেখযোগ্য যে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত বোকাখাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।

বোকাখাত থানাৰ উপ পৰিদৰ্শক দেবেন বৰাৰ নেতৃত্বত চলোৱা তদন্তত কালি (২৪ আগষ্ট)ৰ ৰাতি ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বোকাখাত বৰজুৰিৰ পৰা গোপাল শইকীয়া, উৎপল বৰা আৰু ৰজনী কাৰ্ডঙক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে নুৰুদ্দিনে তেওঁ চলোৱা এ এছ ০১ কে চি ০৮৬২ নম্বৰৰ ট্ৰাকখনত সোনাপুৰৰ কমাৰকুচিত থকা চাৰাণ ইণ্ড্ৰাষ্টিচ পৰা ৫০০ কাৰ্টুন মদলৈ ১৮ আগষ্টত যোৰহাটৰ অজয় দত্ত বণ্ডেট ৱাইৰ হাউচলৈ গৈ আছিল।

নুৰুদ্দিনৰ লগত যাত্ৰী হিচাপে অহা জনৈক দিপাঙ্কৰ দাস আৰু এণ্টনী কাৰ্ডং নামৰ যুৱক দুজনে বোকাখাতৰ বৰজুৰিৰ ধৃত যুৱক কেইজনৰ সৈতে লগ হৈ নুৰুদ্দিনক হত্যা কৰি মদখিনি গোপনে বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।

পৰিকল্পনা অনুসৰি ১৮ আগষ্টত বৰজুৰিৰ এণ্টনী কাৰ্ডঙে বৰজুৰিৰ পৰা আমনিলৈ গৈ দিপাঙ্কৰ দাস আৰু নুৰুদ্দিনক লগ কৰিছিল। দিপাঙ্কৰ আৰু এন্টনীয়ে গাড়ীৰ ভিতৰতে নুৰুদ্দিনক হত্যা কৰি বৰজুৰিত পথৰ দাঁতিৰ চাহ বাগিছাৰ নলাত পেলাই মদ ভৰ্তি ট্ৰাকখন লৈ গৈছিল বুলি আৰক্ষীয়ে জনাইছে।

ঘটনাৰ পিছত আৰক্ষীয়ে বৰজুৰিৰ ৰজনী কাৰ্ডংৰ বাসগৃহৰ পৰা ৪২৪ কাৰ্টুন মদ উদ্ধাৰ কৰাৰ লগতে ৰজনী কাৰ্ডং, গোপাল শইতীয়া আৰু উৎপল বৰাক আটক কৰে ৷

আনহাতে ঘটনাৰ মূল অভিযুক্ত এন্টনী কাৰ্ডং আৰু দিপাঙ্কৰ দাস সম্প্ৰতি পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে  নুৰুদ্দিনক হত্যা কৰাৰ পূৰ্বে ধৃত গোপাল শইকীয়াই মদ বিক্ৰীৰ বাবে বোকাখাতৰ ৱাইন চপৰ লগত যোগাযোগ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd