• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি প্ৰকাশৰ সময়ত অসমবাসীক শান্তি-শৃংখলা বৰ্তাই ৰখাৰ আহ্বান নাগৰিক সভাৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 26, 2019 6:52 am
30a25481-2571-4bee-85de-890791720554

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এন আৰ চি সন্দৰ্ভত নাগৰিক সভা। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ নাগৰিক সভাই দেওবাৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত কৰে এখন সজাগতামূলক ঘূৰণীয়া মেজমেল ৷

৩১ আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যবাসীৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেই এইদৰে আলোচনাত মিলিত হয় ৰাজ্যৰ বিভিন্ন স্তৰৰ সচেতন লোক, লেখক, সাংবাদিক, অধিবক্তাকে ধৰি একাংশ নাগৰিক৷

Apply Now

অসম সাহিত্য সভা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাখনত “NRCৰ পিছৰ অসম জ্ঞানৰ সন্ধানত এক ঘূৰণীয়া মেজমেল” শীৰ্ষক বিষয় লৈ আলোচনা হয়।

দেওবাৰে অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, সাংবাদিক মৃণাল তালুকদাৰকে ধৰি বহুসংখ্যক ব্যক্তিয়ে ৷

সভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশৰ সময়ত অসমবাসী ৰাইজক শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱা হয় ৷

জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে এন আৰ চি প্ৰকাশৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সকলোকে সচেতন হোৱাৰ আহ্বান জনায়।

তদুপৰি, সদৌ অসম ছাত্ৰ সন্থা, গণ সংগ্ৰাম পৰিষদ আৰু অসমবাসী ৰাইজে যি ছবছৰীয়া আন্দোলন গঢ়ি তুলিছিল তাৰ পৰিপ্ৰেক্ষিতত যি নাগৰিকপঞ্জী প্ৰকাশ হ’বলৈ গৈ আছে সেইখন যাতে সকলোৰে গ্ৰহণযোগ্য হৈ উঠে, কোনেও যাতে ইয়াক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।

‘’উচ্চতম ন্যায়ালয়, নাগৰিকপঞ্জী কৰ্তৃপক্ষ, অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা, আৰু সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ নিষ্ঠাৰে কাম কৰি গৈছে,’’- ৰাজগুৰুৱে কয়৷

বিশিষ্ট সাংবাদিকগৰাকীয়ে লগতে ‘’ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কিবা ভুল থাকিলেও পৰৱৰ্তী কালত সংশোধনৰ অজস্ৰ পথ আছে ৷ যিসকলৰ নাম প্ৰকাশ নহয় তেওঁলোকে আবেদন কৰিবলৈ আইনী সুবিধা লাভ কৰিব৷ গতিকে ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই’’ বুলি উল্লেখ কৰে ৷

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd