• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ কাহিতামাত তান্ত্ৰিকৰ ভয়ংকৰ কাণ্ড : চিকিৎসাৰ নামত ডাইনীৰ অপযশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 11:15 am
index2

কাহিতামাত অনুষ্ঠিত সজাগতা সভাত ৰাইজৰ উপস্থিতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ কাহিতামা পথাৰ আৰু লাবদাংগুৰী গাঁওত তান্ত্ৰিকৰ কথাৰ ওপৰত ভিত্তি কৰি চাৰিটা পৰিয়ালক সমাজৰ পৰা এঘৰীয়া কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জুন মাহতে হোৱা এই ঘটনাই শেহতীয়াকৈ গুৰুতৰ ৰূপ লৈছে। অৱশ্যে ইলোৰা বিজ্ঞান মঞ্চ আৰু ডি ৱাই এফ আইৰ হস্তক্ষেপত ৰাইজে এঘৰীয়া কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।

Apply Now

ঘটনা অনুসৰি লাবদাংগুৰী গাওঁৰ ডালিম দাসৰ পত্নী উৰ্মিলা দাসে দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল।

তেওঁক ওচৰৰ তান্ত্ৰিক এজনে চাৰি বছৰ ধৰি চিকিৎসা কৰি আছিল যদিও বিশেষ কোনো উন্নতি নোহোৱাত তান্ত্ৰিকজনে বিশেষ মন্ত্ৰৰে পৰীক্ষা কৰি বেমাৰৰ কাৰণ হিচাপে ডাইনীৰ প্ৰভাবৰ কথা পৰিয়ালক জনায়।

তান্ত্ৰিকৰ মন্ত্ৰৰ বলত ৰোগী উৰ্মিলাই ডালিম দাসৰ মাক, দুই ককায়েক, বৌয়েক, সম্পৰ্কীয় বৌয়েক আৰু চুবুৰীয়া গাওঁৰ শৈনেল দাস নাম লোকজনক ডাইনী বুলি চিনাক্ত কৰি দিয়ে।

এই ডাইনী চিনাক্তকৰণ প্ৰক্ৰিয়া এজনে ভিডিও ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰে।

ইয়াৰ ভিত্তিতে উক্ত পৰিয়াল কেইটাই শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

এই ঘটনাক কেন্দ্ৰ কৰি আৰু সমগ্ৰ অঞ্চলটোতে বৃদ্ধি পোৱা ডাইনী-অন্ধবিশ্বাসৰ ঘটনাক লৈ আজি কাহিতামা পথাৰ আৰু লাবদাংগুৰী গাওঁৰ মধ্যস্থান পুব চেংমাৰীত ডাইনী-অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়।

স্থানীয় সমাজকৰ্মী ৰজনী দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্তিক বড়োই।

সভাত ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটা ৰোড শাখাৰ পৰা সভাপতি ডাঃ নাৰায়ণ দাস, সম্পাদক জগন্নাথ ৰবিদাস আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক ৰিতু ৰঞ্জন দাসে বক্তব্য ৰাখে।

বক্তসকলে লাবদাংগুৰী ৰাইজে ডাইনীৰ নামত কৰা বিচাৰৰ শাস্তি উঠাই লৈ সমিল মিলেৰে থকাৰ বাবে লোৱা সিদ্ধান্তক আঁ‌দৰণি জনায় আৰু প্ৰশংসা কৰে।

আগন্তুক সময়তো ৰাইজে শান্তি-সম্প্ৰীতি আৰু একতা তথা যুক্তিবাদী চিন্তাৰে আগবাঢ়ি যাব বুলি আশা কৰে।

তাৎপৰ্যপূৰ্ব কথা হ’ল তান্ত্ৰিকৰ ভূৱা তন্ত্ৰ-মন্ত্ৰৰ বলি হৈ শাস্তিৰ সন্মুখীন হোৱা শৈলেন দাসে লাবদাংগুৰী উপ আৰক্ষী চকীত যোৱা ২৯ জুন তাৰিখে এখন এজাহাৰ দাখিল কৰিছে যদিও পুলিচ প্ৰশাসনে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ডি ৱাই এফ আই আৰু ইলোৰা বিজ্ঞান মঞ্চই স্থানীয় পুলিচৰ ভুমিকাক গৰিহণা দিয়াৰ লগতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছে।

চৰকাৰে ডাইনী কাণ্ড ৰোধৰ বাবে ডাইনী বিৰোধী আইন আনিছে যদিও ডাইনী ৰোধত পুলিচ প্ৰশাসনে কি ভুমিকা লৈছে এই ঘটনাই তাৰ জ্বলন্ত প্ৰমাণ।

আজিৰ সজাগতা সভাত অঞ্চলটোৰ পূৰুষ-মহিলা-যুৱককে ধৰি ডেৰ শতাধিক লোক উপস্থিত থাকে।

সভাত ৰাইজৰ পক্ষৰ পৰাও চাৰিজনে বক্তব্য ৰাখে।পুলিচ প্ৰশাসনক উপস্থিত থাকিবলৈ জনোৱা হৈছিল যদিও কোনো এজন বিষয়াই উপস্থিত নাথাকিল।

ডি ৱাই এফ আই আৰু ইলোৰা বিজ্ঞান মঞ্চৰ এই সজাগতা সভাক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd