• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মংলা বন্দৰ ব্যৱহাৰ সন্দৰ্ভত ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 3:49 pm
Mongla-Port

মংলা বন্দৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ মংলা বন্দৰেৰে ত্ৰিপুৰালৈ ২০ খন এল পি জি বুলেট ট্ৰাক চলাচল কৰিব দিয়া সন্দৰ্ভত ভাৰত আৰু বাংলাদেশে এখন পাৰস্পৰিক সহযোগিতা পত্ৰত স্বাক্ষৰ কৰে।

ত্ৰিপুৰাত ক্ৰমবৰ্ধমান পেট্ৰ’লজাত সামগ্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মংলা বন্দৰৰ ব্যৱহাৰৰ গুৰুত্বপূৰ্ণ হ’ব। ৰাজ্য চৰকাৰে ৰাজ্যখনত যাতে কোনোকাৰণতে পেট্ৰ’লজাত সামগ্ৰীৰ যোগান হ্ৰাস নহয় সেই দিশত কাৰ্য্যব্যৱস্থা হাতত লৈছে।

Apply Now

জানিব পৰা মতে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত পেট্ৰ’ল আৰু ডিজেল ভাণ্ডাৰৰ ক্ষমতা ৪০০ কিলোলিটাৰ পৰা ২০৫০ কিলোলিটাৰ কৰাৰ বাবে কাম কৰি আছে লগতে গেছ চিলিণ্ডাৰৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত প্ৰায় ১৫০ টা পেট্ৰ’ল পাম্প আৰু এল পি জি যোগান কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰত আৰু বাংলাদেশে ২০১৮ চনৰ অক্টোবৰত দুয়োখন দেশৰ মাজত সামগ্ৰী আমদানি, ৰপ্তানিৰ বাবে চিতাগং আৰু মংলা বন্দৰৰ ব্যৱহাৰকে ধৰি তিনিখন চুক্তিত স্বাক্ষৰ কৰিছিল।

চিতাগং আৰু মংলা বন্দৰক দক্ষিণ ত্ৰিপুৰাৰ সৈতে সংযোগ কৰি নিৰ্মাণ কৰি থকা ফেনী নদীৰ ওপৰৰ ‘মৈত্ৰী সেতু’য়ে ত্ৰিপুৰাক লাভান্বিত কৰিব বুলি ত্ৰিপুৰাৰ ৰাজ্যপাল কপ্তান সিং চোলাংকিয়ে কয়।

আনহাতে, কেন্দ্ৰ চৰকাৰে ত্ৰিপুৰাক বাংলাদেশৰ সৈতে জলপথেৰে সংযোগ কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক ঐতিহাসিক আখ্যা দি ৰাজ্যপাল চোলাংকিয়ে এই সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ মাজত ব্যৱসায়, বাণিজ্য বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd