• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাংস খাবলৈ জন্তু বধ কৰাৰ দৰকাৰ নাই; চাওক,কিদৰে সম্ভৱ মাংসৰ পুষ্টিকৰ,সুস্বাদু ব্যঞ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2019 3:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাংস খাবলৈ আৰু জন্তু বধ কৰাৰ দৰকাৰ নহ’ব। আই আই টি গুৱাহাটীৰ এদল গৱেষকে তেওঁলোকৰ লেবেৰটৰীত কৈষিক সংঘটন ঘটাই কৃত্ৰিম মাংস (tissue engineered meat)উদ্ভাৱন কৰি উলিয়াইছে।

গৱেষকসকলে দাবী কৰা মতে এই মাংস জন্তুৰ মাংসৰ সমানেই পুষ্টিকৰ আৰু সোৱাদযুক্ত হ’ব। ডেকান হেৰল্ডৰ বাতৰিত প্ৰকাশ পাইছে এই খৱৰ।

Apply Now

গুৱাহাটী আই আই টিৰ বায়’চায়েন্স আৰু বায়’ইঞ্জিনিয়াৰিঙৰ এগৰাকী সহযোগী অধ্যাপক বিমান বি মণ্ডলৰ নেতৃত্বৰ দলটোৱে ইয়াৰ উৎপাদন তথা উপভোগৰ বাবে এক স্বত্ত্ব (পেটেন্ট) লাভ কৰিছে।

‘’ইয়াত জন্তুৰ মাংসপেশীৰ আদি কোষ নিলগাই সৰু বায়’পছিৰ জৰিয়তে খোৱাৰ যোগ্য সামগ্ৰী ভিত্তিত বিকশিত কৰা হৈছে। চৰ্বিযুক্ত কোষ, জীৱদেশৰ কোষ বা হাড়ৰ কোষ মাংসপেশীৰ ষ্টেম কোষৰ সৈতে সংযুক্ত কৰি বিভিন্ন পৰ্যায়ত বিকশিত কৰিব পাৰি আৰু বৰ্তমান এইটো কৰি উলিওৱা হৈছে। এই কৃত্ৰিম মাংস (tissue engineered meat) অলপতে আমাৰ লেবেৰটৰীত কম খৰচী উৎকৰ্ষণ মাধ্যমত কৰ্ষণ তথা বিকাশিত কৰি তোলা হৈছে,’’-গৱেষকৰ দলটোৱে জাৰি কৰা এক বিবৃতিত কয়।

কোৱা হৈছে যে এই পদ্ধতি গ্ৰাহকৰ পছন্দ অনুসৰি বিভিন্ন আকাৰ তথা জোখত চৰ্বিযুক্ত মাংস বা সম্পূৰ্ণ শুকান মাংসৰ উৎপাদনলৈ সালসলনি কৰিব পৰা যায়।

মাংসবিধৰ পুষ্টি বৃদ্ধি কৰিবলৈ দৈনন্দিন ব্যৱহৃত খোৱাৰ উপযোগী উপাদান যথোপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে।

তেওঁলোকে দাবী কৰে যে ইয়াক নীতিগত দিশৰ পৰা সুৰক্ষিত কৰিবলৈ হ’ৰমন, জন্তুৰ চেৰাম (দেহৰস), গঠন বৃদ্ধিৰ বা এন্টিবায়’টেকিছৰ দৰে বাহ্যিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

কোৱা হৈছে যে লেবেৰটৰীত বনোৱা এই মাংসই ভাৰতৰ লগতে বিদেশতো সমাদৰ লাভ কৰিব কিয়নো ই পুষ্টিকৰ আৰু বৰ্দ্ধিত ফাষ্ট ফুডৰ উচ্চ চাহিদাৰ প্ৰয়োজনীয়তাৰ বাবে সুলভ হ’ব।

তদুপৰি, ক্ৰয়সাধ্য মাংসবিধ সোৱাদ, আকৃতি,পুষ্টি গুণ প্ৰাকৃতিক মাংসৰ দৰে হোৱালৈ চাই তথা জন্তু হত্যা প্ৰতিৰোধ কৰালৈ চাই ভৱিষ্যতে দেশত ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকৰ দলটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd