• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীক গালি পাৰোঁতেই গাত কাৰেণ্ট লাগিল পাক মন্ত্ৰীৰ ||Viral Video

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2019 4:31 pm
Pakistan minister gets electric shock while taking Modi's name in public rally

সভাখনত ভাষণ দি থকাৰ মুহূৰ্তত পাক মন্ত্ৰী আহমেদ। ছবি সৌজন্য-- টুইটাৰ।

1k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে এক ৰাজহুৱা সমাৱেশত নৰেন্দ্ৰ মোদীক গালি পাৰোঁতেই গাত কাৰেণ্টৰ শ্বক লাগিল পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰশ্বিদ আহমেদৰ।

পাকিস্তান চৰকাৰ আয়োজিত “কাশ্মীৰ আৱাৰ”ৰ এক সভাত ভাষণ দি থাকোতেই পাক মন্ত্ৰীজনৰ গাত কাৰেণ্ট লগাৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাকপটুতা আৰু ধাৰাসাৰ বিতৰ্ক সৃষ্টিকাৰী মন্তব্য কৰাৰ বাবে জনাজাত মন্ত্ৰীজনে “মোদীৰ মতলব আমি জানো” বুলি মন্তব্য কৰিছিল।

ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীৰ বিৰুদ্ধে এই মন্তব্য কৰাৰ মুহূৰ্ততে আহমেদৰ গাত কাৰেণ্টৰ শ্বক লাগে আৰু তেওঁ সামান্য পৰিমাণে উচপ খাই উঠে।

পাক মন্ত্ৰীজন অৱশ্যে অপ্ৰস্তুত নহৈ নিজৰ ভাষণ আগবঢ়াই নিয়ে।

“কাৰেণ্ট লাগি গ’ল। ঠিক আছে, একো নাই। মোদীয়ে এই সমাৱেশ বিফল কৰিব নোৱাৰে,’’ কাৰেণ্ট লগাৰ পিছতে তেওঁ কয়।

#MustWatch
Current lagaaaaaaaaaa!!!! ????
Zor ka jhatka haye zoron se laga….han laga?

Minister of Railways of #Pakistan Sheikh Rashid suffers electric shock from mic. #KashmirHour pic.twitter.com/lKtrPIQoB9

— JammuKashmir5 (@JammuKashmir5) August 30, 2019

উত্তেজক মন্তব্যকাৰী মন্ত্ৰী আহমেদে অহা অক্তোবৰত ভাৰত-পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধ হ’ব বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

শুকুৰবাৰৰ সমাৱেশখন জম্মু-কাশ্মীৰত প্ৰযোজ্য ভাৰতীয় সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলৰ বাবে ভাৰতে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আয়োজন কৰা হৈছিল।

“কাশ্মীৰৰ জনতাৰ সৈতে সহমৰ্মিতা প্ৰকাশৰ বাবে” শুকুৰবাৰে সমগ্ৰ পাকিস্তানজুৰি ইমৰান খান চৰকাৰে এই “কাশ্মীৰ আৱাৰ”ৰ আয়োজন কৰিছিল।

Recent News

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd