• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়ক চাহ বাগিচাত লক-আউট ঘোষণা; ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত ২১জনক আটক

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
September 1, 2019 11:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন জ্যেষ্ঠ চিকিৎসকক শ্ৰমিকৰৰ দ্বাৰা মৰিয়াই হত্যা কৰাৰ পিছত এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ টীয়ক চাহ বাগিচাখনত আজিৰ পৰা লক-আউট ঘোষণা কৰা হৈছে।

মূল বাগিচা, কলঘৰৰ লগতে বাগিচাখনৰ খনিকৰ-ডালিমী শাখাটোতো লক-আউট ঘোষণা কৰা হৈছে। এই কথা বাগিচাৰ কৰ্তৃপক্ষৰ সূত্ৰই কয়।

Apply Now

৩১ আগষ্টত এটা কৰুণ ঘটনাত বাগিচাখনৰ চিকিৎসক ডাঃ দেবেন দত্তক ক্ৰোধোন্মত্ত শ্ৰমিকে মৰিয়াই হত্যা কৰিছিল। চিকিৎসকজন কৰ্তব্যত উপস্থিত নথকা বাবেই এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আনিছিল শ্ৰমিকসকলে।

বাগান কৰ্তৃপক্ষই লক-আউট জাননীত জানিবলৈ দিছে যে এই বৰ্বৰোচিত ঘটনাটোৰ পিছত বাগিচাৰ পৰিচালকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি নিৰাপত্তাহীনতা আহি পৰিছে। স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা আৰু শ্ৰমিকসকলে অনুশাসন, সদাচাৰ আৰু অভাৱ-অভিযোগবোৰৰ সাংবিধানিক প্ৰতিকাৰ মানি ল’ম বুলি প্ৰতিশ্ৰুতি নিদিয়ালৈকে এয়া বাহাল থাকিব বুলি জাননীখনত কোৱা হয়।

আনহাতে নিৰ্মম হত্যাকাণ্ডটোত অভিযুক্ত ২১জন শ্ৰমিকক আজি টীয়ক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।

আজি আৰক্ষী মহাপৰিদৰ্শক (আইন শৃংখলা)ৰ দীপক কেড়িয়াই যোৰহাটত উপস্থিত হৈ বাগিচাখন ভ্ৰমণ কৰে আৰু পৰিস্থিতিৰ বুজ লয়। কেড়িয়াই যোৰহাট আৰক্ষী থানাত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ পৰ্য্যালোচনা কৰে।

তেওঁ ঘটনাত জড়িতসকলক চিনাক্ত কৰাৰ বাবে অতি তৎপৰতাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

ইপিনে যোৰহাটৰ শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়ববীয়াই বাগিচাখনলৈ স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবৰ চেষ্টাৰে বাগান কৰ্তৃপক্ষ আৰু শ্ৰমিকসকলৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ চেষ্টা কৰি আছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd