• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই বিফলতাৰ দায়িত্ব আছুৱে ল’বই লাগিব : উপমন্যু হাজৰিকা

"NRC শুদ্ধ হোৱা হ’লেও খিলঞ্জীয়াক সংখ‍্যালঘু হোৱাৰ পৰা বচাব নোৱাৰিলে হেঁতেন, তাৰ বাবে “আইনী ৰক্ষাকৱচ” অপৰিহাৰ্য্য"

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 2, 2019 6:00 pm
Upamanyu Hazarika

এন আৰ চি বিষয়ত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল উপমন্যু হাজৰিকাৰ। ২ ছেপ্টেম্বৰত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ আত্মবিশ্বাস আৰু আত্মবল ভংগ কৰিলে বুলি মত দাঙি ধৰিছে এন আৰ চিৰ তালিকাক লৈ অসন্তুষ্টসকলৰ এজন উপমন্যু হাজৰিকাই।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাজনে আজি এন আৰ চি বিষয়ত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে।

Apply Now

”১৯৭১-ৰ ভিত্তিবৰ্ষই খিলঞ্জীয়াৰ লোকচানহে কৰিলে”, পূৰ্বৰ পৰাই ভিত্তিত বৰ্ষক লৈ প্ৰৱল আপত্তি কৰি অহা হাজৰিকাই সংবাদমেলত কয়।

প্ৰধানকৈ আছুৰ নেতৃত্বক ইয়াৰ বাবে জগৰীয়া কৰি তেওঁ এই বিফলতা দায়িত্ব আছুৱে ল’বই লাগিব বুলি দাবী কৰে।

এন আৰ চি প্ৰকাশৰ পিছত ৰহস্যজনকভাৱে মৌন হৈ পৰা সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি জ্যেষ্ঠ অধিবক্তাজনৰ মন্তব্য, “যি মুখ‍্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চিখন খিলঞ্জীয়াৰ অস্তিত্বৰ দলিল বুলি শলাগিছিল, তেওঁ এতিয়া চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত ইয়াৰ দায়িত্বৰ পৰা গা এৰা দি উচ্চতম ন্যায়ালয় আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ ঠেলিছে।”

খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্নত পূৰ্বৰ পৰা মাত মাতি অহা হাজৰিকাই প্ৰসংগটো পুনৰ উত্থাপন কৰি কয়, এই সময়ত অসমৰ সকলো খিলঞ্জীয়াই বিশেষকৈ দায়িত্ব ল’ব পৰাসকলে ব‍্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস কৰিব লাগিব।

“আমি আত্মবিশ্বাস আৰু আত্মবল নেহেৰুৱাই বিগত ৪০ বছৰৰ ভুলৰ পৰা শিক্ষা লৈ উচিত পদক্ষেপৰে আগ বাঢ়িব লাগিব, এই ক্ষেত্ৰত নেতৃত্বৰ লগতে খিলঞ্জীয়া ৰাইজৰো যথেষ্ট কৰণীয় আছে”, হাজৰিকাৰ মন্তব্য।

চৰকাৰৰ গাদী শুৱনি কৰি থকা মন্ত্ৰী, বিধায়কসকলে এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ কৰাক সমালোচনা কৰি কয়, “যদিহে তেওঁলোকে ঘঁৰিয়ালৰ চকুপানী টোকা নাই আৰু শুদ্ধ উপলব্ধি কৰিছে তেতিয়া হ’লে তেওঁলোকৰ দায়িত্ব হ’ল নিজৰ বিফলতা স্বীকাৰ কৰা।”

এন আৰ চি সম্পূৰ্ণ শুদ্ধ হোৱা হ’লেও খিলঞ্জীয়াক সংখ‍্যালঘু হোৱাৰ পৰা বচাব নোৱাৰিলে হেঁতেন বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে “আইনী ৰক্ষাকৱচ” অপৰিহাৰ্য্য বুলি কয়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd