• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ এন আৰ চি : সকলো প্ৰৱেশ পথত কঠোৰ দৃষ্টি ৰাখিবলৈ নাগালেণ্ড চৰকাৰক নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 7:27 am
Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

প্ৰতিনিধিত্বমূলক ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

এন আৰি চি প্ৰকাশৰ পিছতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ শংকা কৰা হৈছে আৰু এই কথা সোঁৱৰাই দি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে ৰাজ্যখনৰ চৰকাৰক সতৰ্কতামূলক ব্যৱস্থাবোৰ কটকটীয়া কৰিবলৈ আহ্বান জনাইছে।

সকলো প্ৰৱেশ পথতে ইনাৰলাইন পাৰ্মিটৰ পৰীক্ষা কঠোৰভাৱে অৱলম্বন কৰিবলৈ  এটা ৰাজ্য চৰকাৰখনক বিবৃতিযোগে আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।

৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিত প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰাৰ পিছত ছাত্ৰ সংগঠনটোৱে এই লোকসকলৰ এটা অংশ চুবুৰীয়া ৰাজ্যবোৰত প্ৰৱেশ কৰিব পাৰে বুলি শংকা কৰিছে।

নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ সভাপতি নিনোটো আৱমি আৰু সাধাৰণ সম্পাদক লিৰেমো আৰ কিকোনে স্বাক্ষৰ কৰা এই প্ৰেছ বিবৃতিটোত ৰাজ্য চৰকাৰখনে ডিমাপুৰ জিলাত দেখুওৱা শিথিলতাত হতাশা প্ৰকাশ কৰে।

ডিমাপুৰত থকা শিথিলতাই ৰাজ্যখনলৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ দুৱাৰ হিচাপে কাম কৰিছে, বিবৃতিটোত কোৱা হয়।

জিলাখনৰ মাজেৰে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ ধলে ৰাজ্যখনৰ নাগা খিলঞ্জীয়া মানুহক সংখ্যালঘুত পৰিণত কৰাৰ প্ৰচুৰ শংকা আছে, নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে কয়।

সংগঠনটোৱে অভিযোগ কৰিছে যে বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেইশ্যন ১৮৭৩ ভালদৰে প্ৰয়োগ নকৰা আৰু ইনাৰলাইন পাৰ্মিটৰ পৰিসৰৰ পৰা ডিমাপুৰক বাহিৰত ৰখাটোৱে জিলাখনক অবৈধ প্ৰৱেশকাৰীৰ স্বৰ্গত পৰিণত কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd