• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকিত আন কেইবাজনো চিকিৎসকে ইস্তফা দিলে বাগানৰ চাকৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 8:04 am
Ajoy Kotoky segignation letter

নুমলীগড় চাহ বাগিচাৰ চিকিৎসক ডা: অজয় কটকী আৰু তেওঁৰ ইস্তফা পত্ৰখন।

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ বাগিচাত উন্মত্ত শ্ৰমিকৰ দ্বাৰা ডা: দেৱেন দত্তৰ নৃশংস হত্যাকাণ্ডত শংকিত হৈ আন কেইবাজনো কৰ্মৰত চিকিৎসকে বাগিচাৰ চাকৰি ইস্তফা দিয়াৰ খবৰ পোৱা গৈছে।

৩ ছেপ্টেম্বৰৰ দিনটোত চাকৰি ইস্তফা দিয়া চিকিৎসকসকলৰ ভিতৰত আছে যোৰহাট জিলাৰ হোনোৱাল চাহ বাগিচাৰ চিকিৎসক নিপুণ কৰ্মকাৰ, ভেলেউগুৰি চাহ বাগিচাৰ ডা: এছ এন সিং, কাকজান বাগিচাৰ ডা: লোপা দাস, হোনোৱাল চাহ বাগিচাৰ ফাৰ্মাচিষ্ট মানৱজ্যোতি বৰা, ডিব্ৰুগড়ৰ এখন চাহ বাগিচাৰ চিকিৎসক ৰবি বৰুৱা। দিচৈ চাহ বাগিচাৰ ভিজিটিং ডক্টৰ ডা: মুনীন গোস্বামীয়েও কৰ্তৃপক্ষৰ লগত তেওঁৰ ইস্তফা সম্পৰ্কত যোগাযোগ কৰা বুলি জানিব পৰা গৈছে।

Apply Now

আটাইকেইজন চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে নিজৰ আৰু পৰিয়ালৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাৰ শংকাত ভুগি চাকৰি ইস্তফা দিয়া বুলি কৰ্তৃপক্ষক জনাইছে।

ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাৰ চিকিৎসক ডা: অজয় কটকীয়ে বাগিচা কৰ্তৃপক্ষৰ হাতত নিজৰ ইস্তফাপত্ৰ অৰ্পণ কৰিছিল।

ৰাজ্যখনক জোকাৰি যোৱা ৩১ আগষ্টত এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ টীয়ক চাহ বাগিচাত জ্যেষ্ঠ চিকিৎসক ডা: দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডত বহুকেইজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

ঘটনাটোৱে ৰাজ্যৰ চিকিৎসকসকলক ২৪ ঘণ্টীয়া কৰ্মবিৰতি প্ৰতিবাদী কাৰ্য্যসূচী ল’বলৈ বাধ্য কৰে।

চিকিৎসকৰ বিৰুদ্ধে হোৱা এই নৃশংসতাৰ পিছৰ পৰিস্থিতি বুজ ল’বলৈ ৪ ছেপ্টেম্বৰত ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ডা: শান্তনু সেন নতুন দিল্লীৰ পৰা যোৰহাটলৈ অহাৰ কথা। তেওঁক ভুক্তভোগীৰ পৰিয়ালটোকো সাক্ষাৎ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd