• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সভাপতি ৰাজবংশীক অপমানত সেও নামানি “অসমীয়া” ৰক্ষাৰ ৰণ জয় সাহিত্য সভাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2019 5:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সভাপতি পৰমানন্দ ৰাজবংশীক কৰা অপমানত সেও নামানি অসম সাহিত্য সভাই বুধবাৰে অসমীয়া ভাষা ৰক্ষাৰ এক ৰণত বিজয় সাব্যস্ত কৰিছে।

ডাক সেৱাৰ পৰীক্ষা এটাত অৰ্হতাৰূপে “অসমীয়া” ভাষা ৰক্ষাৰ বাবে যোৱা দলটোক প্ৰথমে উলিয়াই পঠিয়াইছিল গুৱাহাটীৰ মেঘদূত ভৱনৰ পৰা।

Apply Now

কাৰ্য্যালয়টোৰ সঞ্চালক কে কেবিচুচাই প্ৰথমে “গে’ট আউট” বুলি আমাক ধমক দিছিল, সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে জনায়।

কিন্তু সভাপতিক অপমানৰ পিছতেই উভটি ধৰা সভাৰ সঁজাতি দলটোৱে অৱশেষত হাচিল কৰিলে নিজৰ লক্ষ্য।

ক্ষমা খুজিলে সঞ্চালকে, আৰু ডাক বিভাগৰ পৰীক্ষাটোত অসমৰ সকলো এলেকাতে অসমীয়া ভাষাক মান্যতা দিয়াৰ আশ্বাস প্ৰদান কৰিলে।

সৰ্বভাৰতীয় গ্ৰামীন ডাক সেৱকৰ পৰীক্ষাটোত অসমত অসমীয়া ভাষাক স্থানীয় ভাষাৰূপে মান্যতা দিয়া হৈছিল, কিন্তু বিটিএডি আৰু বৰাক উপত্যকাত সেই নিয়ম বাহাল নাছিল।

বিটিএডিত কেৱল বড়ো ভাষা আৰু বৰাক উপত্যকাত কেৱল বাংলা ভাষাক সেই মান্যতা দিয়া হৈছিল।

ৰাজবংশীৰ মতে, ডাক সেৱা বিভাগৰ এনে ত্ৰুটিৰ বাবে বড়ো নাইবা অন্যান্য ভাষা-ভাষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’ব। বা বৰাক উপত্যকাতো বাংলা আৰু অন্যান্য ভাষা-ভাষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে।

“এই সংঘৰ্ষৰ সোনকালে নিৰাময় হওক বুলি কালি ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক সাক্ষাৎ কৰা হৈছিল। তেওঁ  ইতিমধ্যে ডাক সেৱা বিভাগলৈ অসমীয়া ভাষাটোক আগস্থান দিবলৈ এক পত্ৰ লিখিছে,” ৰাজবংশীয়ে জনায়।

আনহাতে মেঘদূত ভৱনত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে ৰাজবংশীয়ে ডাক বিভাগৰ অসম সংমণ্ডলৰ অসমীয়া বিষয়া কেইজনমানক দোষাৰোপ কৰিছে।

“তেওঁ আচলতে জনা নাছিল কিমান গুৰুত্বপূৰ্ণ বিষয় লৈ তেওঁৰ ওচৰত আলোচনাৰ বাবে  গৈছিলো। সাহিত্য সভা কি সেই বিষয়েও ভালদৰে অৱগত নাছিল। আচলতে যিসকল অসমীয়া বিষয়া আছে তেওঁলোকে ভালদৰে বিষয়টো বুজাই নিদিয়াৰ বাবে এনেধৰণৰ ঘটনা ঘটিবলৈ পালে। ডাক সেৱা বিভাগৰ অসম মণ্ডলৰ কৰ্মকৰ্তাৰ দোষৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে,” ৰাজবংশীয়ে কয়।

ডাক বিভাগৰ গ্ৰামীন সেৱকৰ পদৰ বাবে আবেদনৰ অন্তিম সময় পূৰ্বে ৪ ছেপ্তেম্বৰ আছিল যদিও এতিয়া সেয়া ৭ ছেপ্তেম্বৰলৈকে বঢ়াই দিয়া হৈছে। অনলাইন আবেদনৰ অন্তিম দিন হৈছে ১১ ছেপ্তেম্বৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd