• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্ৰাগছ সৰবৰাহত জড়িত শিক্ষয়ত্ৰী আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
September 7, 2019 6:47 am
9-2-1140x570

আৰক্ষীয়ে জব্দ কৰা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰ চাৰিটা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে এগৰাকী শিক্ষয়ত্ৰীৰ লগতে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত দুগৰাকীক মঙলদৈ চহৰৰ বাঘপৰী অঞ্চলৰ বাসিন্দা জিবেশ ডেকা আৰু তেওঁৰ পত্নী বুলি চিনাক্ত কৰা হৈছে।

Apply Now

‘নৰ্থইষ্ট নাও’ৰ আগত মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই কয় যে তেওঁলোকে ডেকাৰ ঘৰত ড্ৰাগছ মজুত থকা বুলি পোৱা এক তথ্য লাভ কৰা পাছত ঘৰটোত তালাচী চলায়।

অভিযানটোৰ নেতৃত্ব দিছিল দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাই

আৰক্ষীয়ে ডেকাৰ জিম্মাৰ পৰা চাৰিটা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰ উদ্ধাৰ কৰে।

তেওঁৰ পত্নী বন্দিয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰী।

এখন স্থানীয় আদালতে অভিযুক্ত শিক্ষয়ত্ৰীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু অধিক জেৰাৰ বাবে তেওঁৰ স্বামীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

মঙলদৈ আৰক্ষী থানাত নাইক্ৰ’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰ’পিক ছাবষ্টেন্স (এন ডি পি এছ) এক্ট,১৯৮৫’ৰ ধাৰা ২২-এৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনি পৰীক্ষা কৰাৰ বাবে ফৰেইনছিক লেব’ৰেটৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিটো কনটেইনাৰৰ বজাৰ মূল্য আনুমানিক ১৪০০ টকা হ’ব আৰক্ষীয়ে জানিবলৈ দিয়ে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd