• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল অৱতাৰত অগপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2019 9:05 pm
AGP_Leaders AGP to show up in digital avatar

অসম গণ পৰিষদ নেতৃত্বৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ অভ্যন্তৰত হৈছে ডিজিটেল অৱতাৰত আৱিৰ্ভাৱ-সিদ্ধান্ত।

৩৪ বছৰীয়া দলটোৱে পূৰ্ণাংগ নহ’লেও একধৰণৰ ৱে’বছাইট এটা অহা ১৪ ছেপ্তেম্বৰৰ পূৰ্বে সাজু কৰিব।

Apply Now

আৰু ১৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা সদস্যভৰ্তি কাৰ্য্যসূচী সেই ৱে’বছাইটৰ যোগেদিও আঞ্চলিক দলটোৱে সম্পাদন কৰিব।

দেওবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত বৰ্ধিত সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ প্ৰতি বিধান সভা সমষ্টিতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত ১৪ অক্টোবৰলৈকে এমাহজুৰি দলভৰ্তি কাৰ্য্যসূচী চলিব।

সদস্যভৰ্তিৰ উপৰি সদ্য প্ৰকাশিত এন আৰ চিকে ধৰি আন কেইবাটাও বিষয়তো অগপৰ সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অগপই এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাব। লগতে, নাম বাদ পৰাসকলক সকলো ধৰণৰ আইনী সাহায্যও আগবঢ়াব।

“আইনী সাহায্য দিয়াৰ উদ্দেশ্যে জিলা, সমষ্টিভিত্তিত আইন কোষ গঠন কৰি ব্যৱস্থা লোৱা হ’ব,” সাধাৰণ সভাৰ সিদ্ধান্ত।

প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই জনোৱামতে, বিটি এ দিৰ লগতে পৌৰসভা, পৌৰ নিগম, নগৰ সমিতিৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত সাধাৰণ সভাই বিস্তৃত আলোচনা কৰিছে।

“বি টি এ ডি নিৰ্বাচনৰ প্রস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক ভূপেন ৰায় আৰু প্ৰাক্তন বিধায়ক অনন্ত ডেকাক সম্পাদক হিচাপে লৈ এখন নিৰ্বাচনী সমিতি গঠন কৰা হৈছে,” অগপৰ বিবৃতিত প্ৰকাশ।

নগৰ, নিকায়সমূহৰ নিৰ্বাচনত দলৰ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দিষ্টভাৱে তত্বাৱধায়ক ন্যস্ত কৰিব।

“তত্বাৱধায়কসকলে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে কেন্দ্ৰীয় সমিতিক প্ৰতিবেদন দাখিল কৰিব,” বিবৃতিত প্ৰকাশ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd