• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰ সমালোচনাত ৰকিবুল

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 8, 2019 10:15 pm
Assam Congress leader Rockybul Hussain slams BJP Govt

দেওবাৰে সাংবাদিকৰ সন্মুখত ৰকিবুল হুছেইন। ছবি-- নৰ্থইষ্ট নাও।

1.1k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সৰৱ হৈছে বিজেপি চৰকাৰ সমালোচনাত।

দেওবাৰে অসম কেৰম ফেডাৰেচনৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে মুখামুখিত হুছেইনে চৰকাৰক সমালোচনা কৰে।

প্ৰাক্তন মন্ত্ৰীজনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ১০০ দিনৰ কাৰ্য্যসূচীক সমালোচনা কৰিছে।

হুছেইনৰ মতে, বিজেপি চৰকাৰে ১০০ দিনৰ কথা কৈ তেওঁলোকৰ ৫ বছৰৰ ব্যৰ্থতাৰ ছবিখন ৰাইজৰ পৰা লুকুওৱাৰ চেষ্টা কৰিছে।

“যোৱা ৫ বছৰত তেওঁলোকে যি বোৰ ইছু আৰু প্ৰতিশ্ৰুতি লৈ শাসনলৈ আহিছিল আজি সেই প্ৰতিশ্ৰুতি আৰু ইছুবোৰ ৰূপায়ণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰ্তমান সময়ত ৰন্ধন গেছ, পে’ট্ৰল-জিজেলৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ লগতে দেশৰ অৰ্থনীতি যিটো হাৰত অৱনমিত হৈছে ইয়াৰদ্বাৰা তেওঁলোকৰ ব্যৰ্থতাৰ ছবিখন পৰিস্ফূত হৈ পৰিছে,” হুছেইনে কয়।

কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপিৰ বহু নেতাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি হুছেইনে কয় যে এতিয়া তেওঁলোকৰ চৰকাৰৰ দিনতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে ৰেকৰ্ড ভংগ কৰিছে।

দেশৰ নিবনুৱা আৰু চাকৰি হেৰুওৱা লোকসকলক লৈয়ো হুছেইনে চৰকাৰক সমালোচনা কৰিছে।

“বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আজি ২ কোটি চাকৰি কৰ্তনহে কৰিবলে ওলাইছে,” তেওঁ কয়।

Recent News

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd