• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুইজাৰলেণ্ডৰ পৰা আহিছে ক’লা ধনৰ তালিকা; শংকিত একাংশই খালী কৰিছে একাউন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 9:06 am
swiss_bank_1567963015_618x347
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইছ বেংকত একাউন্ট থকা ভাৰতীয়ৰ ভাৰত চৰকাৰলৈ আহিবলৈ আৰম্ভ কৰিছে। চলিত মাহতে ছুইছ বেংকত একাউন্টৰ সৈতে জড়িত কিছু তথ্য ভাৰত চৰকাৰে লাভ কৰিছে।

চৰকাৰে অই তথ্যসমূহ পৰীক্ষা কৰি আছে যাতে বিদেশত অবৈধভাৱে ধন ৰখা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

Apply Now

আনহাতে, ছুইজাৰলেণ্ড চৰকাৰে দিয়া তথ্যত কিছুমান এনেকুৱা একাউন্ট আছে যিবোৰ শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হোৱাৰ আশংকাত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।

ছুইজাৰলেণ্ড চৰকাৰে তথ্য প্ৰকাশ কৰাৰ স্বয়ংক্ৰিয় ব্যৱস্থা অনুসৰি ভাৰত চৰকাৰক এই তথ্য প্ৰস্তুত কৰি দিছে।

গোপনীয়তাৰ চৰ্ত সাপেক্ষে বেংক বিষয়া তথা নিয়ন্ত্ৰণকাৰী সংস্থাৰ সৈতে জড়িত বিষয়াই সদৰী কৰে যে ছুইজাৰলেণ্ডৰ পৰা তথ্যত প্ৰধানকৈ ব্যৱসায়ী তথা প্ৰবাসী ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট আছে।

উক্ত প্ৰবাসী ভাৰতীয়সকলে দক্ষিণ-পূব এছিয়াৰ দেশসমূহ, আমেৰিকা, ব্ৰিটেইন তথা কিছুমান আফ্ৰিকীয় দেশত ব্যৱসায় চলাই আছে।

বেংক বিষয়াসকলৰ সূত্ৰই প্ৰকাশ কৰা মতে অতি গোপনীয়তা ৰক্ষা কৰা ছুইছ বেংকৰ একাউন্টৰ বিৰুদ্ধে যেতিয়া বিশ্বত বিভিন্ন পৰ্যায়ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ হৈছিল তাৰ পাছৰে পৰা বিগত কেইবছৰ ধৰি এই একাউন্টবোৰৰ পৰা বৃহৎ পৰিমানৰ ধন উলিয়াই নিয়া হৈছে। আনিক কিছুমান একাউন্ট বন্ধও হৈ গৈছে।

ছুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰক দিয়া তথ্যত ইমানখিনি তথ্য অৱশ্যেই আছে যে যাৰবাবে ইয়াত ধন ৰখা সকলৰ বিৰুদ্ধে শক্তিশালী গোচৰ প্ৰস্তুত কৰিব পৰা যাব।

ছুইজাৰলেণ্ডে চৰকাৰে ২০১৮’ৰ এটা দিনো সক্ৰিয় হৈ থকা সেই একাউন্টসমূহৰ লেনদেনৰ সম্পূৰ্ণ বিবৰণ  আগবঢ়াইছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, এই তথ্য উক্ত একাউন্টসমূহত অব্যধভাৱে অঘোষিত সম্পত্তি ৰখা সকলৰ বিৰুদ্ধে শক্তিশালী গোচৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব।

জানিব পৰা মতে, ইয়াত জমা, ট্ৰেন্সফাৰ তথা ছিকিউৰিটি আৰু সম্পত্তিত বিনিয়োগৰ পৰা হোৱা আয়ৰ সম্পূৰ্ণ তথ্য দাঙি ধৰা হৈছে।

আনহাতে, ২০১৮চনৰ পূৰ্বে বন্ধ কৰি দিয়াৰ আশংকা কৰা ১০০টা একাউন্টৰ তথ্যও ছুইজাৰলেণ্ড চৰকাৰৰ হাতত আছে।

ছুইজাৰলেণ্ড চৰকাৰৰ সৈতে হোৱা এক বুজাবুজিৰ আধাৰত এই একাউন্টসমূহৰ তথ্যও ভাৰতক অৰ্পন কৰিব।

নিয়ন্ত্ৰক সংস্থাসমূহে একাউন্টসমূহৰ সৈতে ৰাজনৈতিক সম্পৰ্ক থকা বিষয়টোৰ  তদন্ত অতি সন্তৰ্পনে কৰি আছে।

জানিব পৰা মতে, ছুইজাৰলেণ্ড চৰকাৰে তিনিটা শাখাত এই তথ্য দাঙি ধৰিছে। সেইকেইটা হৈছে, একাউন্টৰ গৰাকীৰ পৰিচয়, একাউন্টৰ নম্বৰ আৰু বিত্তীয় লেনদেন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd