• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত ডেৰ শতাধিক শামুক ভঙা চৰাইৰ অকাল মৃত্যু

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 10, 2019 4:07 pm
Screenshot_20190910-133530_Video Player

মাজুলীত মৃত্যু মুখত পৰা শামুক ভঙা চৰাইবোৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অহা এজাক প্ৰচণ্ড ধুমুহা আৰু বৰষুণত মাজুলী বনগাঁও বালিকা বিদ্যালয়ৰ সন্মুখৰ গছসমূহত বাস কৰা প্ৰায় ডেৰ শতাধিক শামুক ভঙা চৰাই ( Asian Openbil)ৰ অকাল মৃত্যু হোৱাৰ লগতে বহু সংখ্যক চৰাই আহত হয়।

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা বাস কৰি থকা শামুক ভঙা চৰাই বোৰৰ অকাল মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে বনগাঁও অঞ্চলৰ লোকসকল।

উল্লেখযোগ্য যে, ছেপ্টেম্বৰ, অক্টোবৰ মাহত শামুক ভঙা চৰাই বোৰৰ বংশবৃদ্ধি হোৱাৰ সময়।

খেৰ-কুটা কঢ়িয়াই পোৱালী জগোৱাৰ বাবে নতুনকৈ বাঁহ সাজি থকা অৱস্থাত অহা ধুমুহা-বৰষুণ জাকত চৰাই বোৰৰ বাঁহবোৰো ভাঙি যায়।

হাজাৰ হাজাৰ শামুক ভঙা চৰাই মাজুলীত বছৰ বছৰ ধৰি বাস কৰি মাজুলীক প্ৰাকৃতিক ভাবে সুন্দৰ কৰি ৰখাত অৰিহণা যোগাই অহাৰ লগতে জৈৱ বৈচিত্ৰক চহকী কৰি তুলিছে।

কিন্তু বিগত কিছু বছৰৰ পৰা চলি অহা অবাধ বনাঞ্চল ধ্বংস যজ্ঞৰ বাবে নদী দ্বীপটোত ক্ৰমান্বয়ে ওখ গছৰ সংখ্যা কমি অহিবলৈ লৈছে যাৰ বাবে বাসস্থানৰ অভাৱত এজোপা গছতে হাজাৰ হাজাৰ চৰায়ে বাস কৰিবলগীয়া হৈছে।

স্থানীয় ৰাইজে অঞ্চলটোত বৃক্ষৰোপন কৰি ভবিষ্যতে চৰাইৰ বাসস্থান বৃদ্ধি কৰাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd