• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণি ঐতিহাসিক কাহিনীৰ ওপৰতেই বৰ্তমান প্ৰতিষ্ঠিত : পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী মহন্ত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 12, 2019 4:24 pm
IMG-20190912-WA0003

ফটো নর্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত পদ্মশ্ৰী তথা যশস্বী সাহ্যিতিক ড০ জয়শ্ৰী গোস্বামী মহন্তৰ সৈতে এটি মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়।

মহাবিদ্যালয় খনৰ পুথিভৰাঁলৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে মহাবিদ্যায়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসে।

মহাবিদ্যালয়ৰ পুথিভৰাঁলৰ গ্ৰন্থাগাৰিক জুলী ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোতে বিশিষ্ট সাহিত্যিক ড° জয়শ্ৰী গোস্বামী মহন্তই মহাবিদ্যালয়ৰ পুথিভৰাঁললৈ ৬০ খনকৈ মূল্যবান কিতাপ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক খেলৰ সামগ্ৰীও প্ৰদান কৰে।

ইয়াৰ উপৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা “বৈদ্যুতিন মাধ্যমৰ যুগত গ্ৰন্থৰ ভৱিষ্যত” শীৰ্ষক ৰচনা প্ৰতিযোগিতাখনৰ পুৰস্কাৰ বিতৰণ কৰে।

আনহাতে ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক-অধ্যাপিকাৰ সৈতে হোৱা মুখামুখি অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক গৰাকীয়ে তেওঁৰ স্বৰচিত কেইবাখনো গ্ৰন্থ বিশেষকৈ মহাকবি, চাণক্য আৰু গান্ধাৰী উপন্যাস কেইখনৰ ওপৰত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত মহাবিদ্যালয়ৰ এজন ছাত্ৰই পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তক আপুনি কিয় ঐতিহাসিক বিষয় সমূহৰ ওপৰতেই উপন্যাস লিখে বুলি কৰা প্ৰশ্নোত্তৰত সাহিত্যিক গৰাকীয়ে যেনেকৈ শিপা নাথাকিলে গা-গছ জীয়াই নাথাকে ঠিক তেনেকৈ পুৰণি ঐতিহাসিক কাহিনীৰ ওপৰতেই বৰ্তমান প্ৰতিষ্ঠিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিপুল কুমাৰ চক্ৰৱতীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰ, অধ্যাপক-অধ্যাপিকা ক্ৰমে ড° গায়ত্ৰী গোফ, ড° মল্লিকা বৰা, ড° সোমনাথ বৰা, আকাশী ভূঞা, বিজু বৰা, অনুৰূপা বৰা, শান্তনু বৰদলৈ, ড° যতীন শৰ্মা, সীমা শোভিতা দাস, চুমী ডেকা, টুম্পা বৰা, দেৱিতা কেম্প্ৰাইকে আদি কৰি মহাবিদ্যালয়ৰ পুথিভৰাঁলৰ মঞ্জু কটকী, জীতুমনি বৈৰাগী আৰু চন্দন শইকীয়া উপস্থিত থাকে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd