• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বুজ ল’লে মাইবাঙৰ সামগ্ৰীক পৰিস্থিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 12:41 pm
Debabrat saikia
115
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাওৰ মাইবাঙত হোৱা সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ আজি হাফলঙত উপস্থিত হৈছে অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ বিধায়ক দেবব্ৰত শইকীয়া।

বিৰোধী বিধায়িনী দলৰ নেতাজনৰ লগত কংগ্ৰেছৰ দুই জেষ্ঠ্য বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মিও পৰিস্থিতি সন্দৰ্ভত বুজ লয়।

ইয়াৰ পিছতে হাফলং আবৰ্ত ভবনত বিৰোধী দলপতিজনে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হৈছে  ডিমা হাচাওৰ বিভিন্ন দল-সংগঠনৰ লগত। দলপতিজনৰ লগতে কংগ্ৰেছ বিধায়কদ্বয়ো উপস্থিত থাকে আলোচনাত।

আলোচনাৰ অন্তত বিৰোধী দলপতিজনে এখন সংবাদমেল সম্বোধন কৰি কয় যে মাইবঙত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ দায়ী।

উল্লেখযোগ্য যে ডিমা হাচাওৰ মাইবাঙত যোৱা ২৫ জানুৱাৰিত বিভিন্ন দল-সংগঠনে নাগালিম চুক্তিক কেন্দ্ৰ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। উক্ত প্ৰতিবাদকাৰীৰ ওপৰত ৰাষ্ট্ৰৰ পুলিচ বাহিনীয়ে চলোৱা গুলীবৰ্ষণৰ ফলত দুজন প্ৰতিবাদকাৰী নিহত হ’বলগীয়া হৈছিল।

স্মৰ্তব্য যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিস্থিত নিয়ন্ত্ৰণত ৰাখিবলৈ মাইবাঙত জিলা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল।

পৰৱৰ্তী সময়ত জিলাখনৰ লগতে মহকুমা মাইবাঙত পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘুৰি অহাৰ বাবে মহকুমা প্ৰশাসনে মঙলবাৰে দিনৰ তিনি বজাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছিল।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd