• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আটক দুজন আদিবাসী উগ্ৰপন্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 12:59 pm
529
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ান আৰু ২১০ কোব্ৰা ৰেজিমেণ্টে বিশেষ সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা ভাৰত-ভূটান সীমান্ত অঞ্চলত বৃহৎ অভিযান চলায়।

পুৱতি নিশালৈ অব্যাহত থকা অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ সহ দুগৰাকী আদিবাসী উগ্ৰবাদী সংগঠনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা উগ্ৰপন্থী দুজন হ’ল ক্ৰমে কোকৰাঝাৰ জিলাৰ কোঝাৰনা গাঁৱৰ স্বৰ্গীয় পল্টন মুৰ্মুৰ পুত্ৰ পুদান মুৰ্মু (৪৫) আৰু চুপেৰগুৰি গাঁৱৰ স্বৰ্গীয় দেৱান মুৰ্মুৰ পুত্ৰ বাজুন মুৰ্মু (২৪)।

আটকাধীন উগ্ৰপন্থী দুজনৰ পৰা অভিযানকাৰী দলটোৱে দুটা এ কে চিৰিজৰ ৰাইফল, দুটা এ কে মেগজিন, এটা মজল লোডিং বন্দুক, পাঁচ জাই এ কে ছিৰিজৰ সজীৱ গুলী আৰু ৬৩৭ জাই .৩০ এম১ পিষ্টলৰ গুলী উদ্ধাৰ কৰে।

আনহাতে, উগ্ৰপন্থী সদস্য দুগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

অধিক তথ্যৰ বাবে বৰ্তমান দুয়োকো সেনা আৰু আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

Recent News

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd