• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাব্বা WFF ২০১৯: শ্ৰেষ্ঠ পৰিতোষ, ৰিছা; “মিছ শিৱসাগৰ ফিগাৰ” বৰ্ষা সাহা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 15, 2019 6:48 pm
NABA WFF bodybuilding and fitness competition held at Sivasagar

শিৱসাগৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ এটি দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তম নাব্বা ডব্লিউ এফ এফ ২০১৯ শৰীৰচৰ্চা আৰু ফিটনেছ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিছে পৰিতোষ ৰয় আৰু ৰিছা শইকীয়াই।

পৰিতোষ ৰয়লৈ নাব্বা ডব্লিউ এফ এফ মিষ্টাৰ শিৱসাগৰ আৰু নাব্বা ডব্লিউ এফ এফ মিছ শিৱসাগৰ খিতাপ ৰিছা শইকীয়ালৈ আগবঢ়োৱা হৈছে।

Apply Now

শনিবাৰে শিৱসাগৰৰ নাট্যমন্দিৰত অনুষ্ঠিত জিলাভিত্তিক প্ৰতিযোগিতাখনত শতাধিক পুৰুষ আৰু মহিলাৰ অংশ গ্ৰহণ কৰে।

প্ৰতিযোগিতাখনত মেন বডি বিল্ডিঙৰ ক্লাছ ৱান শাখাত ৰাহুল হাজৰিকা প্ৰথম আৰু প্ৰবাল বৰা ২য়, ক্লাছ টুত প্ৰবাল প্ৰতীম বৰুৱা প্ৰথম, ক্লাছ থ্ৰীত চাৰীফ আহমেদ প্ৰথম, সুৰেশ গগৈ দ্বিতীয় আৰু দয়াল দে তৃতীয়, ক্লাছ ফ’ৰ শাখাত পৰিতেষ ৰয় প্ৰথম, সৌৰভ গগৈ দ্বিতীয় আৰু প্ৰাণদ্বীপে তৃতীয় স্থান লাভ কৰে।

জুনিয়ৰ বডি বিল্ডিং শাখাত ধ্ৰুৱজ্যোতি চাৰিঙিয়াই জুনিয়ৰ মি. শিৱসাগৰ, দ্বীপজ্যোতি বৰা দ্বিতীয় আৰু বৈভৱ পাঠকে তৃতীয় স্থান লাভ কৰে।

মাষ্টাৰ্ছ শাখাত জীৱন ফুকন প্ৰথম, বিপুল লাখাৰি দ্বিতীয় আৰু লক্ষ্মীনাথ তাঁতী তৃতীয় হয়।

মেন বাৰ্মুদা মডেল টল শাখাত দেৱাশিস বৰা প্ৰথম, প্ৰৱাল প্ৰতীম বৰুৱা দ্বিতীয়, ৰিছিকেশ গৌতম তৃতীয়, মেন বাৰ্মুদা মডেল শ্বৰ্ত শাখাত সৌস্তভ গগৈ প্ৰথম, পল্লৱ বাইলুং দ্বিতীয়, পাৰ্থ গগৈ তৃতীয় হয়।

মেন স্প’ৰ্টছ মডেল শাখাত পাৰ্থ গগৈ প্ৰথম, চন্দন গগৈ দ্বিতীয় আৰু বিশ্বজিৎ শইকীয়া তৃতীয় হয়।

NABA WWF bodybuilding and fitness competition held at Sivasagar
শ্ৰেষ্ঠ পৰিতোষ ৰয়।

আনহাতে মহিলাৰ ছিনিয়ৰ অ’মেন শাখাত ৰিছা শইকীয়া প্ৰথম, বন্দিতা দাস দ্বিতীয় আৰু বিউটি বৰা তৃতীয়, আজৰা আকিন হাজৰিকা প্ৰথম, বিষ্ণু প্ৰিয়া দত্ত দ্বিতীয় আৰু প্ৰণামিকা বৰাই তৃতীয় স্থান লাভ কৰে।

মাতৃসকলৰ বাবে অনুষ্ঠিত হোৱা মম ফিটনেছ শাখাত ৰূপজ্যোতি সন্দিকৈয়ে আৰু পাল্কী শৰ্মাই প্ৰথম স্থান লাভ কৰে।

অ’মেন স্প’ৰ্টছ মডেল শাখাৰ বৰ্ষা সাহা প্ৰথম, ৰুচ শইকীয়া দ্বিতীয় আৰু বন্দিতা দাস তৃতীয়, গার্লছ এৰ’বিক্স শাখাত আৰ্হিশ্ৰেষ্ঠা দত্তই প্ৰথম, ক্ষতি দৰ্শনা বৰা দ্বিতীয় আৰু টানিস্কা গৌতমে তৃতীয় স্থান লাভ কৰে।

আৰু শিৱসাগৰ ইতিহাসত প্ৰথম বাৰৰ বাবে আয়োজন কৰা অ’মেন বডীবিল্ডিং শাখাত বৰ্ষা সাহাই মিছ শিৱসাগৰ ফিগাৰ সন্মানৰ অধিকাৰী হয়।

শ্ৰেষ্ঠ জিমৰ সন্মান লাভ কৰে ইমপালছ জিম আৰু দ্বিতীয় স্থান লাভ কৰে লিংক্স ফিটনেছ জিমে।

শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে উদ্বোধন কৰা নাব্বা ডব্লিউ এফ এফ মিষ্টাৰ এণ্ড মিছ শিৱসাগৰ প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে থাকে জয়ন্ত বেজ। বিচাৰক হিচাপে থাকে ধ্ৰুৱ হাজৰিকা, ৰিদীপ বৰঠাকুৰ, উৎপল শৰ্মা আৰু অখিল শইকীয়া।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd