• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণীৰ হত্যা আৰু ব্যৱসায় ৰোধৰ উদ্দেশ্যে গোলাঘাটত ন্যায়িক বিষয়াৰ বিশেষ কৰ্মশালা

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
September 15, 2019 8:13 pm
Justice A M Bujor Barua

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ক্ৰমবৰ্ধমান বন্যপ্ৰাণীৰ ব্যাপক হত্যা, বন্যপ্ৰাণী আৰু ইয়াৰ অংগ-প্রত্যগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা বৃহৎ ব্যৱসায়ীক চক্ৰসমূহ ৰোধ কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত সাতখন জিলাৰ ন্যায়িক বিষয়াসকলৰ এক কৰ্মশালা সম্পন্ন হয়।

অসম আইন সেৱা প্ৰাধিকাৰী আৰু স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণে বগৰিজেংস্থিত সতী সাধনী কলা ক্ষেত্ৰত আয়োজন কৰা উক্ত কৰ্মশালাত গোলাঘাট জিলাৰ লগতে যোৰহাট, শিৱসাগৰ, ডিব্রুগড়,তিনিচুকীয়া, উত্তৰ লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ ন্যায়িক বিষয়াসকলে অংশগ্ৰহণ কৰে।

Apply Now

উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এম বুজৰবৰুৱাই উক্ত কৰ্মশালাৰ জৰিয়তে ন্যায়িক বিষয়াসকলে বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিছু পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে।

তেওঁ লগতে এনে গোচৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ কথা উল্লেখ কৰি আৰক্ষীৰ সবল, শক্তিশালী ভূমিকাৰ বাবে ৰাজ্য চৰকাৰে আইন-শৃংখলা আৰু অপৰাধ অনুসন্ধান পৃথক কৰাৰ প্ৰয়োজন আছে বুলি কয়।

একেদৰে আন গৰাকী সমল ব্যক্তি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কতেশ্বৰ সিঙে বন্যপ্ৰাণী সংক্ৰান্তীয় অপৰাধ ৰোধৰ বাবে অধিবক্তা, ন্যায়িক বিষয়াসকলৰ লগতে বিভিন্ন তদন্তকাৰী সন্থা, সংগঠন সমূহকলৈ এক পৰিকাঠামো তৈয়াৰ কৰাৰ পোষকতা কৰে।

আনহাতে স্বেচ্ছাসেৱী সন্থা আৰণ্যকৰ তৰফৰ পৰা সম্পাদক তথা মুখ্য কাৰ্যবাহী বিষয়া বিভৱ কুমাৰ তালুকদাৰে বক্তব্য ৰাখি বৰ্তমান সময়ত বন্যপ্ৰাণীৰ ব্যৱসায় বিশ্বৰ অন্যতম বৃহৎ অবৈধ বাণিজ্যত পৰিগণিত হোৱা বুলি উল্লেখ কৰি উক্ত কৰ্মশালাৰ জৰিয়তে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চলি থকা এই ব্যৱসায় আৰু ইয়াৰ ধাৰা অসমৰ ন্যায়িক বিষয়া সকলৰ আগত দাঙি ধৰাৰ চেষ্টা চলাইছে বুলি কয়।

উল্লেখযোগ্য যে গোলাঘাটত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা উক্ত কৰ্মশালাৰ পিছতে অহা ২ নৱেম্বৰত গুৱাহাটীত দ্বিতীয়খন কৰ্মশালা আয়োজন কৰিব বুলি তেওঁ জানিবলৈ দিছে।

উক্ত কৰ্মশালাত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ  সদস্য সচিব সত্যনাথ শৰ্মা, গোলাঘাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ সত্যজিৎ খাউণ্ড, ইণ্টাৰনেশনেল ৰাইন’ ফাউণ্ডেশ্যনৰ ৰাহুল দত্ত আদি উপস্থিত থাকে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd