• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃহন্তাৰ বিৰুদ্ধে পাঁচ বছৰৰ সশ্ৰম কাৰদণ্ডৰ ৰায়দান আদালতৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
September 16, 2019 7:08 am
1-post4

প্ৰতিনিধিত্বমূলক ফটো

2.6k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ সত্ৰ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে অলপতে এজন পিতৃ হত্যাকাৰী অপৰাধীৰ বিৰুদ্ধে পাঁচ বছৰৰ সশ্ৰম কাৰদণ্ডৰ ৰায়দান কৰে।

আদালতৰ পৰা পোৱা তথ্য অনুসৰি উক্ত অপৰাধী জনৰ নাম টংকেশ্বৰ গগৈ।

জানিব পৰা মতে, ২০১৭ চনৰ ২০ জুলাইত উক্ত ব্যক্তিজনৰ বিৰুদ্ধে তেওঁৰ খুড়াক গোপাল গগৈয়ে বৰপথাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।

অভিযোগ অনুসৰি উক্ত দিনা দিনৰ প্ৰায় দুইমান বজাত টংকেশ্বৰ গগৈ আৰু তেওঁৰ মাতৃ ৰানুমণি গগৈয়ে ঘৰত ভাত খাই থকা অৱস্থাত ভুক্তভোগী তথা টংকেশ্বৰৰ পিতৃ গুণাৰাম গগৈয়ে এখন কপিদা লৈ দুয়োজনকে কাটিবলৈ আহে।

ইপিনে,ৰানুমণি গগৈয়ে প্ৰাণৰক্ষাৰ বাবে ওচৰৰ পথাৰলৈ দৌৰ মাৰে যদিও গুণাৰাম গগৈয়ে হাতত দালৈ খেদি গৈ উক্ত স্থানতে পত্নীৰ মূৰটো পথাৰৰ আলিত হেঁচা মাৰি ধৰি হত্যাৰ চেষ্টা কৰে।

তেনে অৱস্থাত তেওঁলোকৰ পুত্ৰ টংকেশ্বৰে মাতৃক ৰক্ষা কৰিবলৈ গৈ পিতৃৰ ডিঙিত দাৰে ঘপিওৱাত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।

প্রাপ্ত তথ্য অনুসৰি মৃত গুণাৰামে ইয়াৰ পূৰ্বেও পত্নী ,পুত্ৰৰ ওপৰত অত্যাচাৰ কৰি আহিছিল।

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী অনুসন্ধান আৰু আদালতে লাভ কৰা তথ্য, প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত গোচৰ নং ২২/১৭’ত ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাত আদালতে উক্ত শাস্তি ঘোষণা কৰে।

তদুপৰি, আচামীৰ বিৰুদ্ধে দুই হাজাৰ টকা জৰিমনা বিহিছে আৰু জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাবাসৰ নিৰ্দেশ দিছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd