• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা ৯১ গৰাকী সন্দেহযুক্ত ভাৰাতীয়াক আটক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 17, 2019 3:54 pm
WhatsApp Image

আৰক্ষীয়ে আটক কৰা ভাৰাতীয়া লোকসকল।

2.2k
VIEWS
Share on FacebookShare on Twitter

চান্দমাৰি আৰক্ষীয়ে মঙলবাৰে মহানগৰৰ ভাস্কৰ নগৰৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা মুঠ ৯১ গৰাকী সন্দেহজনক ভাৰাতীয়াক আটক কৰে।

ভাড়াঘৰত থকাৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ জমা নিদিয়াৰ বাবেই লোকসকলক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গুৱাহটী মহানগৰীৰ ভাস্কৰ নগৰ অঞ্চলৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা এই সকল লোকক প্ৰয়োজনীয় নথি পত্ৰ জমা দিবৰ বাবে আৰক্ষীয়ে দীৰ্ঘ দিনৰ পৰা কৈ অহাৰ পাছতো তেওঁলোকে নথি পত্ৰ জমা নিদিয়াৰ বাবে মঙলবাৰে আটক কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰে।

ইতিমধ্যে আটক কৰা মুঠ ৯১ গৰাকী সন্দেহযুক্ত ভাৰাতীয়াৰ ভিতৰত ৭৬ গৰাকী লোকক সোধ পোচৰ অন্তত মুকলি কৰি দিয়া হৈছে যদিও এতিয়াও ১৫ গৰাকী লোকক সোধপোচৰ বাবে আৰক্ষী থানাত ৰাখি থোৱা হৈছে।

আনহাতে, আৰক্ষীয়ে আটক কৰা ভাৰাতীয়া হিচাপে বাস কৰা লোক সকলে নিজকে মহানগৰীত মিস্ত্ৰীৰ কাম কৰি থকা বুলি পৰিচয় দিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ ঘৰৰ পৰা আনি থকা বুলি উল্লেখ কৰিছে।

আৰক্ষীৰ জিম্মাত থকা লোককেইগৰাকীৰ ভিতৰত ইতিমধ্যে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোক কেইগৰাকীৰ ভিতৰত হৈছে মজিবুৰ ৰহমান (মঙলদৈ), চান মহম্মদ আলি (হাজো), ৰিংকু আলি (চেনিকুঠি, ভাস্কৰ নগৰ), চাইজোদ্দিন আহমেদ (কালঝাৰ, বৰপেটা), আকচেদ আলি (কলগাছিয়া)।

মহানগীৰত সংঘটিত হৈ থকা বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত এনেধৰণৰ পৰিচয় পত্ৰ নোহোৱা ভাৰাতীয়া জড়িত হৈ থাকে বুলি আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে।

ভাস্কৰ নগৰৰ স্থানীয় নাগৰিকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মঙলবাৰে আটক কৰিছিল সন্দেহযুক্ত ভাৰাতীয়া হিচাপে বাস কৰি থকা লোককেইগৰাকীক।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd