• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় পোষণ মাহৰ সমান্তৰালভাৱে চামগুৰিত মহিলা সন্দৰ্ভত সজাগতা সভা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 18, 2019 8:51 am
20190917_123350

ফটো : নৰ্থ-ইষ্ট নাও

20.1k
VIEWS
Share on FacebookShare on Twitter

চলিত ছেপ্তেম্বৰ মাহক ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ হিচাবে সমগ্ৰ দেশতে পালন কৰি অহাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ চামগুৰিত মহিলাৰ পুষ্টি, যৌন সমস্যা আৰু স্বচ্চতাৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ব্যাপক ৰূপত বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

মঙলবাৰে বিয়লি চামগুৰিৰ কাৱৈমাৰি চৰকাৰী চিকিৎসালয়ত ‘ভল’ণ্টিয়েৰ হেল্থ এচছিয়েশ্যন’ আৰু ‘আই পাছ’ নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনে যুটীয়াভাৱে যুৱতী আৰু মহিলা সকলৰ সম্পূৰ্ণ পুষ্টিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অঞ্চলটোৰ একাংশ স্থানীয় মহিলা, ছাত্ৰ-ছাত্ৰী, আশা কৰ্মী তথা অংগনাবাড়ী কৰ্মীৰ সৈতে এখন বিশেষ আলোচনা চক্ৰত মিলিত হয়।

আলোচনা চক্ৰ খনৰ জৰিয়তে ছাত্ৰী, কিশোৰী, যুৱতী সকলৰ স্বাস্থ্যজনিত বহুবোৰ সমস্যা তথা প্ৰসূতি মহিলাৰ পুষ্টি অথবা বিভিন্ন যৌন সমস্যাৰ লগতে স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন সমাধানৰ প্ৰদানৰ জৰিয়তে সজাগতা বৃদ্ধিৰ চেষ্টা কৰাৰ প্ৰয়াস কৰা দেখা যায়।

গ্ৰাম্যাঞ্চলৰ কোনো মহিলা বা যুৱতীয়ে যদি এনে ধৰণৰ সমস্যাৰ বাবে সহায় বিচাৰে তেতিয়া দুয়োটা সংগঠনে সকলো প্ৰকাৰৰ সহায় সহযোগ কৰিব বুলিও আলোচনা চক্ৰটোৰ জৰিয়তে উল্লেখ কৰে।

ইফালে এনে ধৰণৰ সজাগতা মূলক আলোচনা চক্ৰই গ্ৰাম্যাঞ্চলৰ কিশোৰী, যুৱতী মহিলা সকলৰ স্বাস্থ্য নিৰোগী তথা ৰোগ প্ৰতিৰোধী কৰি ৰখাত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশাবাদী ভল’ণ্টিয়েৰ হেল্থ এচছিয়েশ্যনৰ ৰাজশ্ৰী শইকীয়া নামৰ উদ্যোক্তা গৰাকী।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd